text
stringlengths 2
1.32k
|
---|
But criticism arose from Bose's supporters, socialists, and other Congressmen that Patel himself was acting in an authoritarian manner in his defence of Gandhi's authority.কিন্তু বসুৰ সমৰ্থক, সমাজবাদী আৰু অন্যান্য কংগ্ৰেছীসকলৰ দ্বাৰা সমালোচনা কৰা হৈছিল যে পেটেলে নিজেই গান্ধীৰ কৰ্তৃত্বৰ প্ৰতিৰক্ষাৰ বাবে স্বৈৰাচাৰী পদ্ধতিৰে কাম কৰিছিল। |
Gandhi had refused to support Britain on the grounds of his moral opposition to war, while Subhash Chandra Bose was in militant opposition to the British.গান্ধীয়ে যুদ্ধৰ নৈতিক বিৰোধিতাৰ দোহাই দি ব্ৰিটেইনক সমৰ্থন কৰিবলৈ অস্বীকাৰ কৰিছিল, আনহাতে সুভাষ চন্দ্ৰ বসুৱে সশস্ত্ৰ পন্থাৰে ব্ৰিটিছৰ বিৰোধিতা কৰিছিল। |
Patel also supported Gandhi's controversial suspension of resistance in the wake of the Chauri Chaura incident.পেটেলে চৌৰী চৌৰাৰ ঘটনাৰ পৰিপ্ৰেক্ষিতত গান্ধীৰ বিতৰ্কিত প্ৰতিৰোধ স্থগিত কৰোতেও সমৰ্থন কৰিছিল। |
His thesis was on "The problem of the rupee: Its origin and its solution".তেওঁৰ গৱেষণা গ্রন্থখন আছিল "দি প্র'ব্লেম অৱ দি ৰুপি: ইট্স অ'ৰিজিন এণ্ড ইট্স ছল্যুশ্বন"। |
In October 1916, he enrolled for the Bar course at Gray's Inn, and at the same time enrolled at the London School of Economics where he started working on a doctoral thesis.১৯১৬ চনৰ অক্টোবৰ মাহত তেওঁ গ্ৰে’ছ ইনত বাৰ পাঠ্যক্ৰমৰ বাবে নামভৰ্তি কৰিছিল আৰু সেই একে সময়তে লণ্ডন স্কুল অৱ ইক'নমিক্সত নামভৰ্তি কৰি তাত তেওঁৰ ডক্টৰেট ডিগ্ৰীৰ গৱেষণা গ্রন্থৰ ওপৰত কাম আৰম্ভ কৰিছিল। |
Ashoka, after the war of Kalinga, got upset with the bloodshed and vowed to never fight again.অশোকে কলিঙ্গ যুদ্ধৰ পিছত ৰক্তপাতত বিচলিত হৈ আৰু কেতিয়াও যুদ্ধ নকৰাৰ প্ৰতিজ্ঞা কৰিছিল। |
Ambedkar was influenced by John Dewey and his work on democracy.আম্বেদকাৰ জন ডিউৱি আৰু তেওঁৰ গণতন্ত্রৰ ওপৰত কৰা কামৰ দ্বাৰা প্রভাৱিত হৈছিল। |
Meanwhile, in eastern India, Ghiyasuddin re-asserted his independence and occupied Bihar.ইফালে, পূব ভাৰতত গিয়াছুদ্দিনে তেওঁৰ স্বাধীনতাৰ পুনৰ ঘোষণা কৰি বিহাৰ দখল কৰিছিল। |
You know that today the dominion of the world is enjoyed by the one who possesses the greatest strength.আপোনালোকে জানে যে আজি যিজনৰ হাতত সর্বাধিক শক্তি থাকে, সেইজনেই বিশ্বৰ নিয়ন্ত্রণ উপভোগ কৰে। |
For example, Iltutmish captured Banaras after defeating Qaymaz, who was presumably a former officer of Aibak.উদাহৰণস্বৰূপে, ইলতুৎমিছে আইবাকৰ এগৰাকী প্ৰাক্তন বিষয়া কেইমাজক পৰাস্ত কৰি বেনাৰস দখল কৰিছিল। |
The revenue hike was steeper than it had been in Kheda even though the famine covered a large portion of Gujarat.গুজৰাটৰ এক বৃহৎ অংশ দুৰ্ভিক্ষই সামৰি ল’লেও ৰাজহ বৃদ্ধি খেদাতকৈ অধিক তীব্ৰ আছিল। |
Every village in the taluka resisted payment of the tax and prevented the seizure of property and land.তালুকাৰ প্ৰতিখন গাঁৱতে কৰ পৰিশোধত বিৰোধিতা কৰা হৈছিল আৰু সম্পত্তি আৰু ভূমি জব্দ কৰাত বাধা দিয়া হৈছিল। |
He led senior Congress leaders in a protest that resulted in Bose's resignation.তেওঁ এক প্ৰতিবাদত জ্যেষ্ঠ কংগ্ৰেছ নেতাসকলক নেতৃত্ব দিছিল যাৰ ফলত বসুৱে পদত্যাগ কৰিছিল। |
Patel saw Bose as wanting more power over the party.পেটেলে বসুক দলটোৰ ওপৰত অধিক ক্ষমতা বিচৰা বুলি ভাবিছিল। |
He initiated reforms that withdrew the tax exemption enjoyed by the British East India Company, he also ousted Ramnarian, a sworn enemy of the Mughal Empire and created Firelock manufacturing factories at Patna with the sole purpose of giving advantage to the newly reformed Mughal Army.তেওঁ ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে লাভ কৰা কৰ ৰেহাই প্ৰত্যাহাৰ কৰি সংস্কাৰ আৰম্ভ কৰিছিল, তেওঁ লগতে মোগল সাম্ৰাজ্যৰ ঘোৰ শত্ৰু ৰামনাৰিয়ানক উৎখাত কৰিছিল আৰু নৱ সংশোধিত মোগল সেনাক সুবিধা দিয়াৰ একক উদ্দেশ্যেৰে পাটনাত ফায়াৰলক নিৰ্মাণ কাৰখানা স্থাপন কৰিছিল। |
In the same year, Babur united with Sultan Husayn Mirza Bayqarah of Herat, a fellow Timurid and distant relative, against their common enemy, the Uzbek Shaybani.একে বছৰতে, বাবৰে তেওঁলোকৰ উমৈহতীয়া শত্ৰু উজবেক শায়বানীৰ বিৰুদ্ধে হেৰাটৰ চুলতান হুছাইন মিৰ্জা বায়কাৰাহ, এজন সহকৰ্মী তিমুৰিদ আৰু দূৰ সম্পৰ্কীয় আত্মীয়ৰ সৈতে একত্ৰিত হয়। |
This second coronation on 24 September 1674 had a dual-use, mollifying those who still believed that Shivaji was not qualified for the Vedic rites of his first coronation, by performing a less-contestable additional ceremony.১৬৭৪ চনৰ ২৪ ছেপ্টেম্বৰত কম প্ৰতিদ্বন্দ্বিতাপূৰ্ণ অতিৰিক্ত অনুষ্ঠান সম্পাদনেৰে এই দ্বিতীয় ৰাজ্যাভিষেকৰ দ্বৈত ব্যৱহাৰ সেইসকলক সন্তুষ্ট কৰি কৰা হৈছিল, যিসকলে এতিয়াও বিশ্বাস কৰিছিল যে শিৱাজী তেওঁৰ প্ৰথম ৰাজ্যাভিষেকৰ বৈদিক ৰীতি-নীতিৰ বাবে যোগ্য নহয়। |
During the bombardment of Panhala, Siddi Jauhar purchased grenades from the English at Rajapur to increase his efficacy, and also hired some English artillerymen to assist in his bombardment of the fort, conspicuously flying a flag used by the English.পানহালাৰ গোলাবর্ষণৰ সময়ত সিদ্ধি জৌহৰে তেওঁৰ কাৰ্যকাৰীতা বৃদ্ধি কৰিবলৈ ৰাজাপুৰত ইংৰাজৰ পৰা গ্ৰেনেড ক্ৰয় কৰিছিল আৰু দুৰ্গটোৰ গোলাবর্ষণত সহায় কৰিবলৈ কিছুমান ইংৰাজ গোলন্দাজ বাহিনী নিয়োগ কৰিছিল, দৃষ্টি কাঢ়ি নিব পৰাকৈ ইংৰাজসকলে ব্যৱহাৰ কৰা এখন পতাকা উৰুৱাইছিল। |
He led a satyagraha in Mahad to fight for the right of the untouchable community to draw water from the main water tank of the town.অস্পৃশ্য জনগোষ্ঠীটোক চহৰৰ মূখ্য পানী টেংকিৰ পৰা পানী সংগ্রহ কৰাৰ অধিকাৰ দিয়াবলৈ তেওঁ মহাদত এক সত্যাগ্ৰহৰ নেতৃত্ব দিছিল। |
He began with public movements and marches to open up public drinking water resources.তেওঁ গণ আন্দোলন আৰু সমদলৰ জৰিয়তে ৰাজহুৱা খোৱাপানীৰ সম্পদসমূহ মুকলি কৰিবলৈ আৰম্ভ কৰিছিল। |
He was appointed to the Bombay Presidency Committee to work with the all-European Simon Commission in 1925.১৯২৫ চনত, সৰ্ব-ইউৰোপীয়ান ছাইমন কমিছনৰ সৈতে কাম কৰিবলৈ তেওঁক বম্বে' প্ৰেছিডেন্সি কমিটিত নিযুক্তি দিয়া হৈছিল। |
His first organised attempt was his establishment of the central institution Bahishkrit Hitakarini Sabha, intended to promote education and socio-economic improvement, as well as the welfare of "outcastes", at the time referred to as depressed classes.তেওঁৰ প্ৰথমটো সংগঠিত প্ৰচেষ্টা আছিল তেওঁৰ কেন্দ্ৰীয় প্ৰতিষ্ঠান বহিষ্কৃত হিতাকাৰিণী সভা প্ৰতিষ্ঠা কৰা, যাৰ উদ্দেশ্য আছিল শিক্ষা আৰু আৰ্থ-সামাজিক উন্নতিৰ লগতে "বহিষ্কৃত"সকল- যাক সেই সময়ত হতাশগ্ৰস্ত শ্ৰেণী বুলি কোৱা হৈছিল, তেওঁলোকৰ কল্যাণ সাধন কৰা। |
While practising law in the Bombay High Court, he tried to promote education to untouchables and uplift them.বম্বে' উচ্চ ন্যায়ালয়ত আইন চৰ্চা কৰি থাকোঁতে তেওঁ অস্পৃশ্য লোকসকলৰ মাজত শিক্ষাৰ প্রচাৰ চলাবলৈ চেষ্টা কৰিছিল আৰু তেওঁলোকৰ উন্নতি সাধন কৰিবলৈ চেষ্টা কৰিছিল।। |
His fondness for a tree is the reason for his name being connected to the "Ashoka tree" or Saraca asoca, and this is referenced in the Ashokavadana.গছৰ প্ৰতি তেওঁৰ অনুৰাগৰ কাৰণ হৈছে তেওঁৰ নাম "অশোক গছ" বা চাৰাকা আচোকাৰ সৈতে সংযুক্ত আৰু এইটো অশোকবদনত উল্লেখ কৰা হৈছে। |
It covered the entire Indian subcontinent except for parts of present-day Tamil Nadu.বৰ্তমানৰ তামিলনাডুৰ কিছু অংশৰ বাহিৰে ই সমগ্ৰ ভাৰতীয় উপমহাদেশক সামৰি লৈছিল। |
Ambedkar was trained as an economist, and was a professional economist until 1921, when he became a political leader.আম্বেদকাৰে এজন অৰ্থনীতিবিদ হিচাপে প্ৰশিক্ষণ লৈছিল আৰু ১৯২১ চনলৈকে এজন পেছাদাৰী অৰ্থনীতিবিদ আছিল, যেতিয়া তেওঁ এগৰাকী ৰাজনৈতিক নেতা হৈছিল। |
Dhananjay Keer notes, "The victory was resounding, both socially and individually, for the clients and the doctor".ধনঞ্জয় কীৰে কয়, "সামাজিক তথা ব্যক্তিগত, দুয়োটা দিশতে, মক্কেল আৰু চিকিৎসক উভয়ৰে বাবে এই বিজয় আলোড়নকাৰী আছিল।" |
At this hearing, Ambedkar argued for creating separate electorates and reservations for untouchables and other religious communities.এই শুনানিত আম্বেদকাৰে অস্পৃশ্য আৰু অন্যান্য ধৰ্মীয় সম্প্ৰদায়ৰ বাবে সুকীয়া নিৰ্বাচনী কেন্দ্ৰ আৰু সংৰক্ষণৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছিল। |
He worked as a private tutor, as an accountant, and established an investment consulting business, but it failed when his clients learned that he was an untouchable.তেওঁ ব্যক্তিগত শিক্ষক আৰু এগৰাকী গাণনিক হিচাপে কাম কৰিছিল, আৰু এক বিনিয়োগৰ পৰামৰ্শ দিয়া ব্যৱসায় স্থাপন কৰিছিল, কিন্তু যেতিয়া তেওঁৰ গ্রাহকসকলে তেওঁ এজন অস্পৃশ্য বুলি গম পালে, তেতিয়া তেওঁৰ ব্যৱসায় বিফল হৈছিল। |
They will round up the leaders, round up all.তেওঁলোকে নেতাসকলক একত্ৰিত কৰিব, সকলোকে একত্ৰিত কৰিব। |
The objective this time is to free India before the Japanese can come and be ready to fight them if they come.এইবাৰ উদ্দেশ্য হৈছে জাপানীসকলে অহাৰ আগতে ভাৰতক মুক্ত কৰা আৰু তেওঁলোক আহিলে তেওঁলোকৰ সৈতে যুঁজিবলৈ সাজু হোৱা। |
He raised funds and prepared a second tier of command as a precaution against the arrest of national leaders.তেওঁ পুঁজি সংগ্ৰহ কৰিছিল আৰু ৰাষ্ট্ৰীয় নেতাসকলক গ্ৰেপ্তাৰ কৰাৰ বিৰুদ্ধে সাৱধানতা হিচাপে দ্বিতীয় স্তৰৰ কমাণ্ড প্ৰস্তুত কৰিছিল। |
While Nehru, Rajagopalachari, and Maulana Azad initially criticised Gandhi's proposal for an all-out campaign of civil disobedience to force the British to grant Indian independence, Patel was its most fervent supporter.নেহৰু, ৰাজগোপালাচাৰী, মৌলানা আজাদে প্ৰথম অৱস্থাত ব্ৰিটিছক ভাৰতীয় স্বাধীনতা প্ৰদান কৰিবলৈ বাধ্য কৰাৰ বাবে আইন অমান্যৰ সৰ্বাধিক অভিযানৰ বাবে গান্ধীৰ প্ৰস্তাৱক সমালোচনা কৰিছিল যদিও পেটেল আছিল ইয়াৰ আটাইতকৈ উগ্ৰ সমৰ্থক। |
Patel lost more than twenty pounds during his period in jail.জেলত থকা সময়ছোৱাত পেটেলে বিচ পাউণ্ডতকৈ অধিক ওজন কমাবলৈ সক্ষম হৈছিল। |
In 1932, the British colonial government announced the formation of a separate electorate for "Depressed Classes" in the Communal Award.১৯৩২ চনত ব্ৰিটিছ ঔপনিবেশিক চৰকাৰে সাম্প্ৰদায়িক বঁটাত "অৱদমিত শ্রেণী"ৰ বাবে সুকীয়া নির্বাচনী সমিতি গঠন কৰাৰ কথা ঘোষণা কৰিছিল। |
India's lawmakers hoped to eradicate the socio-economic inequalities and lack of opportunities for India's depressed classes through these measures.ভাৰতৰ সাংসদসকলে এই ব্যৱস্থাসমূহৰ জৰিয়তে ভাৰতৰ অৱদমিত শ্রেণীৰ বাবে আৰ্থ-সামাজিক বৈষম্য আৰু সুযোগৰ অভাৱ দূৰ কৰাৰ আশা প্ৰকাশ কৰিছিল। |
It determined the course of dialogue between the Muslim League and the Indian National Congress, paving the way for the Partition of India.ই মুছলিম লীগ আৰু ইণ্ডিয়ান নেচনেল কংগ্ৰেছৰ মাজত আলোচনাৰ পথ নিৰ্ধাৰণ কৰি ভাৰত বিভাজনৰ পথ সুগম কৰিছিল। |
Scholar Venkat Dhulipala states that Thoughts on Pakistan "rocked Indian politics for a decade".পণ্ডিত ভেঙ্কট ধুলিপালাই কয় যে 'থটছ অন পাকিস্তান'-এ "এটা দশক ধৰি ভাৰতীয় ৰাজনীতিক দোলালে"। |
He proposed that the provincial boundaries of Punjab and Bengal should be redrawn to separate the Muslim and non-Muslim majority parts.তেওঁ প্ৰস্তাৱ দিছিল যে সংখ্যাগৰিষ্ঠ মুছলমান আৰু অমুছলমান অংশক পৃথক কৰিবলৈ পঞ্জাব আৰু বংগৰ প্ৰাদেশিক সীমাসমূহ নতুনকৈ থিৰাং কৰাতো উচিত। |
"It was the greatest source of encouragement for me," Tendulkar said nearly 20 years later after surpassing Gavaskar's world record of 34 Test centuries.গাভাস্কাৰৰ ৩৪তম টেষ্ট শতকৰ বিশ্ব অভিলেখ ভংগ কৰাৰ প্ৰায় ২০ বছৰ পিছত তেণ্ডুলকাৰে কৈছিল, "এইটো মোৰ বাবে উৎসাহৰ আটাইতকৈ ডাঙৰ উৎস আছিল।" |
In prison, the two discussed national and social issues, read Hindu epics, and cracked jokes.কাৰাগাৰত, দুয়োজনে ৰাষ্ট্ৰীয় আৰু সামাজিক বিষয়ৰ ওপৰত আলোচনা কৰিছিল, হিন্দু মহাকাব্য পঢ়িছিল আৰু কৌতুক কৰিছিল। |
It advocated the establishment of a secular nation with a minimum wage and the abolition of untouchability and serfdom.ই ন্যূনতম মজুৰিৰ সৈতে এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ স্থাপন আৰু অস্পৃশ্যতা আৰু দাসত্বৰ বিলুপ্তি কৰাৰ পোষকতা কৰিছিল। |
During this term of imprisonment, Patel and Gandhi grew close to each other, and the two developed a close bond of affection, trust, and frankness.কাৰাবাসৰ এই কাৰ্যকালত পেটেল আৰু গান্ধীৰ ইজনৰ সিজনৰ সৈতে ঘনিষ্ঠতা বৃদ্ধি পাইছিল, আৰু দুয়োৰে মাজত স্নেহ, বিশ্বাস আৰু স্পষ্টতাৰ এক ঘনিষ্ঠ বন্ধন গঢ়ি উঠিছিল। |
There was no Mughal tradition of primogeniture, the systematic passing of rule, upon an emperor's death, to his eldest son.সম্ৰাটৰ মৃত্যুৰ পিছত তেওঁৰ ডাঙৰ পুত্ৰক জ্যেষ্ঠানুক্ৰমে প্ৰণালীবদ্ধভাৱে শাসনভাৰ প্ৰদান কৰাৰ কোনো মোগল পৰম্পৰা নাছিল। |
As a young boy, Tendulkar was considered a bully, and often picked up fights with new children in his school.সৰু অৱস্থাত তেণ্ডুলকাৰক এজন গুণ্ডামী কৰা ল'ৰা বুলি গণ্য কৰা হৈছিল আৰু প্ৰায়ে তেওঁ বিদ্যালয়লৈ অহা নতুন শিশুৰ সৈতে কাজিয়া কৰিছিল। |
The party included right wing Hindu Nationalists, Socialists and former Congress party members.দলটোত সোঁপন্থী হিন্দু ৰাষ্ট্ৰীয়তাবাদী, সমাজবাদী আৰু কংগ্ৰেছ দলৰ প্ৰাক্তন সদস্যসকল অন্তৰ্ভুক্ত আছিল। |
In 1935 Patel underwent surgery for haemorrhoids, yet continued to direct efforts against the plague in Bardoli and again when a drought struck Gujarat in 1939.১৯৩৫ চনত পেটেলৰ অৰ্শৰ অস্ত্ৰোপচাৰ কৰা হৈছিল, তথাপিও বাৰদলীত প্লেগৰ বিৰুদ্ধে আৰু পুনৰ যেতিয়া ১৯৩৯ চনত গুজৰাটত খৰাং হৈছিল তেতিয়া প্ৰত্যক্ষ প্ৰচেষ্টা অব্যাহত ৰাখিছিল। |
Based at an apartment in Bombay, he became the Congress's main fundraiser and chairman of its Central Parliamentary Board, playing the leading role in selecting and financing candidates for the 1934 elections to the Central Legislative Assembly in New Delhi and for the provincial elections of 1936.বম্বে'ৰ এটা এপাৰ্টমেণ্টত থাকি তেওঁ কংগ্ৰেছৰ মূল ধন সংগ্ৰহকাৰী আৰু ইয়াৰ কেন্দ্ৰীয় সংসদীয় ব’ৰ্ডৰ অধ্যক্ষ হৈ ১৯৩৪ চনত নতুন দিল্লীৰ কেন্দ্ৰীয় বিধানসভাৰ নিৰ্বাচন আৰু ১৯৩৬ চনৰ প্ৰাদেশিক নিৰ্বাচনৰ বাবে প্ৰাৰ্থী নিৰ্বাচন আৰু বিত্তীয় সাহায্য প্ৰদানৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা পালন কৰিছিল। |
He joined the Indian National Congress, rose to become the leader of a progressive faction during the 1920s, and eventually of the Congress, receiving the support of Mahatma Gandhi who was to designate Nehru as his political heir.তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছত যোগ দিছিল, ১৯২০ৰ দশকত এক প্ৰগতিশীল গোটৰ নেতা হৈছিল আৰু পাছলৈ নেহৰুক নিজৰ ৰাজনৈতিক উত্তৰাধিকাৰী হিচাপে মনোনীত কৰা মহাত্মা গান্ধীৰ সমৰ্থন লাভ কৰি কালক্রমত কংগ্ৰেছৰ নেতা হৈছিল। |
The four sons of Shah Jahan all held governorships during their father's reign.শ্বাহ জাহানৰ চাৰিওজন পুত্ৰই পিতৃৰ শাসনকালত ৰাজ প্ৰতিনিধিৰ পদত অধিষ্ঠিত আছিল। |
Meanwhile, at school, he developed a reputation as a child prodigy.ইতিমধ্যে, স্কুলত তেওঁ প্রতিভাৱান শিশু হিচাপে খ্যাতি লাভ কৰিছিল। |
Patel used his position as Congress president to organise the return of confiscated land to farmers in Gujarat.পেটেলে গুজৰাটৰ কৃষকসকলক জব্দ কৰা ভূমি ঘূৰাই দিয়াৰ বাবে কংগ্ৰেছৰ সভাপতি হিচাপে তেওঁৰ পদৰ ব্যৱহাৰ কৰিছিল। |
Nehru promoted the idea of the secular nation-state in the1937 Indian provincial elections, allowing the Congress to sweep the elections, and to form governments in several provinces.নেহৰুৱে ১৯৩৭ চনৰ ভাৰতীয় প্ৰাদেশিক নিৰ্বাচনত ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰৰ ধাৰণাটো প্ৰচাৰ কৰিছিল, যাৰ ফলত কংগ্ৰেছে নিৰ্বাচনত জয়ী হ'বলৈ আৰু কেইবাখনো প্ৰদেশত চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছিল। |
In the 1946 provincial elections, Congress won the elections but the League won all the seats reserved for Muslims, which the British interpreted to be a clear mandate for Pakistan in some form.১৯৪৬ চনৰ প্ৰাদেশিক নিৰ্বাচনত কংগ্ৰেছে নিৰ্বাচনত জয়লাভ কৰিছিল যদিও মুছলমানৰ বাবে সংৰক্ষিত সকলো আসন লীগে লাভ কৰিছিল, যাক ব্ৰিটিছসকলে কোনোবা নহয় কোনোবা ৰূপত পাকিস্তানৰ বাবে স্পষ্ট দাবী বুলি ব্যাখ্যা কৰিছিল। |
He became a barrister, returned to India, enrolled at the Allahabad High Court and gradually began to take an interest in national politics, which eventually became a full-time occupation.তেওঁ বেৰিষ্টাৰ হৈ ভাৰতলৈ উভতি আহি এলাহাবাদ উচ্চ ন্যায়ালয়ত পঞ্জীয়ন কৰি ক্ৰমাৎ ৰাষ্ট্ৰীয় ৰাজনীতিৰ প্ৰতি আগ্ৰহী হৈ পৰিছিল, যিটো অৱশেষত পূৰ্ণকালীন বৃত্তিত পৰিণত হৈছিল। |
Even if Mahinda was born when Ashoka was as young as 20 years old, Ashoka must have ascended the throne at 34 years, which means he must have served as a viceroy for several years.আনকি অশোকৰ ২০ বছৰমান বয়সতে মহিন্দৰ জন্ম হ’লেও অশোকে নিশ্চয় ৩৪ বছৰ বয়সত সিংহাসনত অধিষ্ঠিত হৈছিল, অৰ্থাৎ তেওঁ নিশ্চয় কেইবাবছৰ ৰাজপ্ৰতিনিধি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। |
He wrote a collection of humorous stories of Mullah Nasiruddin in Bengali.তেওঁ বাংলাত মোল্লা নাছিৰুদ্দিনৰ হাস্যৰসাত্মক কাহিনীৰ এক সংকলন লিখিছিল। |
Hyder Ali soon consolidated his strength by placing Mirza Sahib as the commander of Sira, Ibrahim Ali Khan in Bangalore and Amin Sahib, his cousin in Basnagar.হাইদৰ আলীয়ে অতি সোনকালেই মিৰ্জা চাহিবক ছীৰাৰ অধিনায়ক, বাংগালোৰত ইব্ৰাহিম আলী খান আৰু বাসনগৰত তেওঁৰ সম্পৰ্কীয় ভাই আমিন চাহিবক নিযুক্ত কৰি নিজৰ শক্তি সংহত কৰিছিল। |
Several Muslim officers, who administered Delhi's dependencies during Aibak's reign, did not recognize Iltutmish's authority.আইবাকৰ শাসনকালত দিল্লীৰ উপনিৱেশসমূহৰ প্রশাসনত থকা কেইবাজনো মুছলমান বিষয়াই ইলতুৎমিছৰ কর্তৃত্বক স্বীকৃতি দিয়া নাছিল। |
According to two different legends, Kadambavasa was later killed by Prithviraj.দুটা ভিন্ন কিংবদন্তী মতে, পাছত পৃথ্বীৰাজে কাদম্ববাছক হত্যা কৰিছিল। |
By 1759, Hyder Ali was in command of the entire Mysorean army.১৭৫৯ চনলৈকে হাইদৰ আলী সমগ্ৰ মহীশূৰৰ সেনাবাহিনীৰ অধিনায়ক আছিল। |
According to an Ashokavadana legend, his mother gave him this name because his birth removed her sorrows.অশোকবদনৰ এক কিংবদন্তি অনুসৰি তেওঁৰ জন্মৰ ফলত তেওঁৰ মাতৃৰ দুখবোৰ আঁতৰি যোৱাৰ বাবেই তেওঁৰ মাকে তেওঁক এই নাম দিছিল। |
Subsequently, Humayun further expanded the Empire in a very short time, leaving a substantial legacy for his son, Akbar.ইয়াৰ পিছত হুমায়ুনে অতি কম সময়ৰ ভিতৰতে সাম্ৰাজ্যখন আৰু অধিক সম্প্ৰসাৰণ কৰি তেওঁৰ পুত্ৰ আকবৰৰ বাবে এক বৃহৎ সাম্রাজ্য এৰি থৈ গৈছিল। |
There are many stone carvings and thousands of Persian manuscripts in India dating from the time of Humayun.ভাৰতত হুমায়ুনৰ সময়ৰ বহুতো শিলত খোদিত কাৰুকার্য আৰু হাজাৰ হাজাৰ পাৰ্চী পাণ্ডুলিপি আছে। |
The Central Asian origins of the dynasty were largely overshadowed by the influences of Persian art, architecture, language, and literature.এই ৰাজবংশৰ মধ্য এছিয়াৰ মূলটো বহুলভাৱে পার্চী কলা, স্থাপত্য, ভাষা আৰু সাহিত্যৰ প্রভাৱৰ দ্বাৰা আচ্ছন্ন হৈ আছিল। |
His return from Persia was accompanied by a large retinue of Persian noblemen and signaled an important change in Mughal court culture.পার্ছিয়াৰ পৰা তেওঁৰ উভতি অহাৰ সময়ত তেওঁৰ লগত পাৰ্চী সম্ভ্ৰান্ত লোকৰ এটা বৃহৎ দল আহিছিল আৰু ই মোগল ৰাজসভাৰ সংস্কৃতিত এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তনৰ সংকেত দিছিল। |
Humayun lost Mughal territories to Sher Shah Suri, but regained them 15 years later with Safavid aid.হুমায়ুনে শেৰ শ্বাহ ছুৰীৰ হাতত মোগল ভুখণ্ডসমূহ হেৰুৱাইছিল, কিন্তু ১৫ বছৰ পিছত ছাফাভিদ সাহায্যৰ জৰিয়তে ইয়াক পুনৰ লাভ কৰিছিল। |
Halfway through this offensive Humayun had to abandon it and concentrate on Gujarat, where a threat from Ahmed Shah had to be met.এই আক্ৰমণৰ আধাতে হুমায়ুনে ইয়াক পৰিত্যাগ কৰি গুজৰাটত মনোনিৱেশ কৰিবলগীয়া হৈছিল, য’ত আহমেদ শ্বাহৰ পৰা অহা এক ভাবুকিৰ সন্মুখীন হ'বলগীয়া হৈছিল। |
Unlike most monarchies, which practiced primogeniture, the Timurids followed the example of Genghis and did not leave an entire kingdom to the eldest son.প্ৰায়বোৰ ৰাজতন্ত্ৰৰ বিপৰীতে যিয়ে জেষ্ঠ্যানুক্রমৰ অনুশীলন কৰিছিল, টিমুৰিদসকলে চেঙ্গিজৰ আদৰ্শ অনুসৰণ কৰিছিল আৰু ডাঙৰ পুত্ৰৰ হাতত এখন সম্পূৰ্ণ ৰাজ্য এৰি দিয়া নাছিল। |
In 2016, he appeared in the women-centric courtroom drama film Pink, which was highly praised by critics and with an increasingly good word of mouth, was a resounding success at the domestic and overseas box office.২০১৬ চনত তেওঁ মহিলা-কেন্দ্ৰিক আদালতৰ ওপৰত ভিত্তি কৰা ছবি পিঙ্ক-ত অভিনয় কৰিছিল, যিখনে সমালোচকসকলৰ দ্বাৰা উচ্চ প্ৰশংসা লাভ কৰিছিল আৰু মানুহৰ মুখে মুখে চলা যথেষ্ট ভাল প্রচাৰৰ সৈতে, ঘৰুৱা আৰু বিদেশী বক্স অফিচত এক বৃহৎ সফলতা লাভ কৰিছিল। |
The next year, he played the role of a grumpy father suffering from chronic constipation in the critically acclaimed Piku which was also one of the biggest hits of 2015.ইয়াৰ পিছৰ বছৰটোত তেওঁ সমালোচকৰ দ্বাৰা প্রশংসিত ছবি পিকু-ত দীৰ্ঘদিন ধৰি কোষ্ঠকাঠিন্যত আক্ৰান্ত এক বদমেজাজী পিতৃৰ চৰিত্ৰত অভিনয় কৰিছিল, যিখন ২০১৫ চনৰ আটাইতকৈ হিট ছবিসমূহৰ ভিতৰত অন্যতম আছিল। |
The Nanda king is described to be cruel, against dharma and shastras, and born out of an illicit relationship followed by a coup.নন্দ ৰজাক নিষ্ঠুৰ, ধর্ম আৰু শাস্ত্রৰ বিৰোধী, আৰু অবৈধ সম্পর্কৰ পৰা জন্ম হোৱা, যাৰ পিছত এক সামৰিক অভ্যুত্থান হৈছিল; এনেদৰে বর্ণনা কৰা হয়। |
He asked for a three-day postponement, which the Bulgarian organisers refused on 19 April.তেওঁ তিনিদিন পিছুৱাই দিবলৈ অনুৰোধ কৰিছিল, যিতো বুলগেৰিয়ান আয়োজকসকলে ১৯ এপ্রিলত অস্বীকাৰ কৰিছিল। |
He also married the daughter of Raja Darya Malbhas.তেওঁ ৰজা দাৰয়া মালভাছৰ কন্যাকো বিয়া কৰাইছিল। |
He also made efforts to cultivate more wasted or barren lands.তেওঁ অধিক ব্যৱহাৰ-অনুপযোগী বা অনুৰ্বৰ ভূমি ৰক্ষা কৰিবলৈও প্ৰচেষ্টা চলাইছিল। |
After negotiations assuring peace Shah Alam II was escorted by the British to meet Mir Qasim the new Nawab of Bengal, who was nominated after the sudden death of Miran.শান্তিৰ আশ্বাস দিয়া আলোচনাৰ পিছত শ্বাহ আলম দ্বিতীয়ক ব্ৰিটিছে মিৰানৰ আকস্মিক মৃত্যুৰ পিছত মনোনীত হোৱা বংগৰ নতুন নৱাব মীৰ কাছিমক সাক্ষাৎ কৰিবলৈ লৈ গৈছিল। |
Prince Ali Gauhar, afterwards Emperor Shah Alam II, had been the heir apparent of his father Alamgir II.ৰাজকুমাৰ আলি গোহৰ, যাক পিছত মহাৰাজ শ্বাহ আলম দ্বিতীয় হিচাপে জনা যায়, তেৱেই আছিল পিতৃ আলমগীৰ দ্বিতীয়ৰ নিশ্চিত উত্তৰাধিকাৰী। |
However, unlike the majority of Mughal princes growing up in similar circumstances, he is not recorded to have become a decadent prince by the time his father became emperor, and therefore was naturally given high appointments in the course of his father's reign.কিন্তু, একে পৰিস্থিতিতে ডাঙৰ হোৱা সৰহসংখ্যক মোগল ৰাজকুমাৰৰ বিপৰীতে, তেওঁ পিতৃ ৰজা হোৱাৰ লগে লগে এগৰাকী অধঃপতনে যোৱা ৰাজকুমাৰত পৰিণত হোৱাৰ কোনো তথ্য নাই, আৰু সেয়ে তেওঁৰ পিতৃৰ শাসনকালত তেওঁক নিযুক্তিসমূহ উচ্চস্তৰত দিয়া হৈছিল। |
Shah Alam also penned the famous book Ajaib-ul-Qasas which is considered one of the earliest and prominent book of prose in Urdu.শ্বাহ আলমে বিখ্যাত গ্ৰন্থ আজাইব-উল-কাছাস-ও লিখিছিল, যিখনক উৰ্দু গদ্যৰ আটাইতকৈ পুৰণি আৰু বিখ্যাত গ্ৰন্থসমূহৰ মাজৰ এখন হিচাপে গণ্য কৰা হয়। |
Shah Alam II authored his own Diwan of poems and was known by the pen-name Aftab.শ্বাহ আলম দ্বিতীয়ই নিজেই নিজৰ কবিতাৰ দিৱান লিখিছিল আৰু আফতাব ছদ্মনামেৰে পৰিচিত আছিল। |
In August 2019, during the clampdown and curfew in Kashmir for more than two weeks after the Indian revocation of Jammu and Kashmir's special status, Sen criticized the government and said "As an Indian, I am not proud of the fact that India, after having done so much to achieve a democratic norm in the world where India was the first non-Western country to go for democracy that we lose that reputation on the grounds of action that have been taken".২০১৯ চনৰ আগষ্ট মাহত জম্মু-কাশ্মীৰৰ বিশেষ অধিকাৰ প্ৰত্যাহাৰ হোৱাৰ পিছত দুটা সপ্তাহতকৈ অধিক সময় ধৰি কাশ্মীৰত কটকটীয়া ব্যৱস্থা বলবৎ হৈ থকাৰ সময়ত সেনে চৰকাৰক সমালোচনা কৰি কৈছিল, "এজন ভাৰতীয় হিচাপে মই এই কথাত গৌৰৱ নকৰোঁ যে বিশ্বত গণতান্ত্রিক আদর্শ প্রতিস্থাৰ বাবে ইমানখিনি কৰাৰ পিছত, য'ত নেকি গণতন্ত্রৰ বাবে আগবঢ়া ভাৰতেই প্ৰথম অ-পাশ্চাত্য দেশ আছিল, আমি লোৱা পদক্ষেপৰ বাবে আমি সেই সুনাম হেৰুৱাওঁ"। |
Sen was critical of Indian politician Narendra Modi when he was announced as their prime ministerial candidate by the BJP.সেনে ভাৰতীয় ৰাজনীতিক নৰেন্দ্ৰ মোদীক সমালোচনা কৰিছিল যেতিয়া তেওঁক বিজেপিৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰা হৈছিল। |
A 2001 portrait of Sen by Annabel Cullen is in Trinity College's collection.২০০১ চনত এনাবেল কুলেনেৰ দ্বাৰা অঙ্কিত সেনৰ এখন প্রতিচ্ছবি ট্ৰিনিটি কলেজৰ সংগ্রহালয়ত আছে। |
A 56-minute documentary named Amartya Sen: A Life Re-examined directed by Suman Ghosh details his life and work.সুমন ঘোষৰ দ্বাৰা নির্দেশিত ৫৬ মিনিটৰ এক তথ্যচিত্ৰ ‘অমর্ত্য সেনঃ এ লাইফ ৰী-এক্সামিন্দ’-এ তেওঁৰ জীৱন আৰু কামৰ বিস্তৃত বৰ্ণনা দিয়ে। |
He is also one of the 25 leading figures on the Information and Democracy Commission launched by Reporters Without Borders.ৰিপোর্টাৰ্ছ ৱিদআউট ব'র্ডাৰ্ছ-ৰ দ্বাৰা গঠিত সূচনা আৰু গণতন্ত্র আয়োগৰ ২৫গৰাকী নেতৃস্থানীয় ব্যক্তিত্বৰ ভিতৰত তেৱোঁ এজন। |
Sen is also a member of the Berggruen Institute's 21st Century Council.সেন বাৰ্গগ্ৰুৱেন ইনষ্টিটিউটৰ ২১ শতিকাৰ পৰিষদৰো সদস্য। |
From 1977 to 1988, he taught at the University of Oxford, where he was first a professor of economics and fellow of Nuffield College, and then the Drummond Professor of Political Economy and a fellow of All Souls College, Oxford, from 1980.১৯৭৭ চনৰ পৰা ১৯৮৮ চনলৈকে তেওঁ অক্সফ'ৰ্ড বিশ্ববিদ্যালয়ত শিক্ষকতা কৰিছিল, য’ত তেওঁ প্ৰথমতে নুফিল্ড ক'লেজৰ অৰ্থনীতিৰ অধ্যাপক আৰু ফেল' আৰু পিছত ১৯৮০ চনৰ পৰা অল সৌল্স কলেজ, অক্সফ'র্ডৰ ৰাজনৈতিক অৰ্থনীতিৰ ড্ৰাম'ণ্ড অধ্যাপক আৰু ফেল' আছিল। |
Sen began his career both as a teacher and a research scholar in the Department of Economics, Jadavpur University as a professor of economics in 1956.সেনে ১৯৫৬ চনত যাদৱপুৰ বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ অর্থনিতীৰ অধ্যাপক হিচাপে, শিক্ষক তথা গৱেষক হিচাপে উভয়তে নিজৰ কর্মজীৱনৰ আৰম্ভনি কৰিছিল। |
In order for economic growth to be achieved, he argued, social reforms such as improvements in education and public health must precede economic reform.তেওঁ যুক্তি দিছিল, অৰ্থনৈতিক বিকাশ লাভ কৰিবলৈ, শিক্ষা আৰু জনস্বাস্থ্যৰ উন্নয়নৰ দৰে সামাজিক সংস্কাৰে অৰ্থনৈতিক সংস্কাৰতকৈ আগত স্থান পাব লাগিব। |
A vigorous defender of political freedom, Sen believed that famines do not occur in functioning democracies because their leaders must be more responsive to the demands of the citizens.ৰাজনৈতিক স্বাধীনতাৰ বলিষ্ঠ সমর্থক হিচাপে সেনে বিশ্বাস কৰিছিল যে কার্যকাৰী গণতন্ত্রত দুর্ভিক্ষই দেখা নিদিয়ে, কিয়নো ইয়াৰ নেতাসকল নিশ্চিতভাৱে নাগৰিকসকলৰ দাবীৰ প্ৰতি অধিক সহানুভূতিশীল। |
Pulakeshin probably subjugated Vishnukundina vassals during his eastern campaign in Kalinga, which may have brought him in conflict with the Vishnukundina dynasty.পুলকেশিনে সম্ভৱতঃ কলিংগত তেওঁৰ পূবৰ সামৰিক অভিযানৰ সময়ত বিষ্ণুকুণ্ডিনাৰ জাইগিৰদাৰসকলক বশ কৰিছিল, যিহৰ ফলত তেওঁ হয়তো বিষ্ণুকুণ্ডিনা ৰাজবংশৰ সৈতে সংঘাতত লিপ্ত হ'ব লগা হৈছিল। |
The undated Peddavaduguru inscription records the Pulakeshin grant of the Kalpattu Simbige village after the subjugation of Ranavikrama.তাৰিখবিহীন পেদ্দাভাদুগুৰু শিলালিপিত ৰাণাবিক্ৰমৰ বশীভূতকৰণৰ পাছতে পুলকেশিনে কালপট্টু ছিম্বিজ গাঁওখন অনুদান হিচাপে আগবঢ়োৱাৰ কথা লিপিবদ্ধ কৰা হৈছে। |
Makkal Needhi Maiam's vote share in the 2019 Lok Sabha election was 3.২০১৯ চনৰ লোকসভা নিৰ্বাচনত মাক্কাল নিধি মায়ামৰ ভোটৰ অংশ আছিল ৩। |
In the pre-quarterfinal match, where he captained Haryana for the first time against Uttar Pradesh, he took a five-wicket haul in the second innings to advance to the quarterfinals, where they lost to Karnataka.প্রি-কোৱাৰ্টাৰ ফাইনেল খেলখনত, য'ত তেওঁ উত্তৰ প্ৰদেশৰ বিৰুদ্ধে প্ৰথমবাৰৰ বাবে হাৰিয়ানাৰ অধিনায়কত্ব কৰিছিল, তেওঁ দ্বিতীয় ইনিংছত পাঁচটা উইকেট দখল কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছিল, য'ত তেওঁলোকে কৰ্ণাটকৰ হাতত পৰাজিত হৈছিল। |
However, Sen argues that the increase in real freedoms should be both the ends and the means of development.কিন্তু সেনে যুক্তি দিয়ে যে প্ৰকৃত স্বাধীনতা বৃদ্ধিয়েই বিকাশৰ অন্ত আৰু ইয়াৰ মাধ্যম হ’ব লাগিব। |
Shah Jahan was an Orthodox Muslim, and it was during his time that Islamic revivalist movements like the Naqsbandi began to shape Mughal policies.শ্বাহজাহান এগৰাকী গোড়া মুছলমান আছিল আৰু তেওঁৰ সময়তে নকচবন্দীৰ দৰে ইছলামী পুনৰুত্থানবাদী আন্দোলনসমূহে মোগল নীতি গঠন কৰিবলৈ আৰম্ভ কৰিছিল। |
When the Portuguese officially refused to return the ship and the passengers, the outcry at the Mughal court was quite unusually severe.যেতিয়া পর্তুগীজসকলে আনুষ্ঠানিকভাৱে জাহাজখন আৰু যাত্রীসকলক ঘূৰাই দিবলৈ অস্বীকাৰ কৰিছিল, মোগল ৰাজসভাত হোৱা বিৰোধ আছিল অস্বাভাৱিকভাৱে তীব্র। |
Angered by these developments the East India Company sought his ouster.এই ঘটনাবোৰৰ দ্বাৰা ক্ষুব্ধ হৈ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে তেওঁক বহিষ্কাৰ কৰিবলৈ বিচাৰিছিল। |
In April 2014, he said that Modi would not make a good Prime Minister.২০১৪ চনৰ এপ্ৰিলত তেওঁ কৈছিল যে মোদী এজন ভাল প্ৰধানমন্ত্ৰী হ’ব নোৱাৰে। |
From 1957 to 1963, Sen served as a fellow of Trinity College, Cambridge.১৯৫৭ চনৰ পৰা ১৯৬৩ চনলৈকে সেনে কেম্ব্রিজৰ ট্ৰিনিটি কলেজৰ ফেল' হিচাপে সেৱা আগবঢ়াইছিল। |
Subsets and Splits