text
stringlengths
2
1.32k
Having established his authority over Gujarat, Akbar returned to Fatehpur Sikri, where he built the Buland Darwaza to commemorate his victories, but a rebellion by Afghan nobles supported by the Rajput ruler of Idar, and the renewed intrigues of the Mirzas forced his return to Gujarat.গুজৰাটৰ ওপৰত নিজৰ কৰ্তৃত্ব প্ৰতিষ্ঠা কৰি আকবৰ ফতেহপুৰ ছিক্ৰীলৈ উভতি যায় আৰু তাতেই তেওঁৰ বিজয়ৰ স্মৃতিত বুলন্দ দৰৱাজা নিৰ্মাণ কৰে, কিন্তু ইদাৰৰ ৰাজপুত শাসকৰ সমৰ্থনত আফগান ৰাজবংশীয় লোকসকলৰ বিদ্ৰোহ আৰু মিৰ্জাসকলৰ পুনৰ ষড়যন্ত্ৰই তেওঁক গুজৰাটলৈ ঘূৰি যাবলৈ বাধ্য কৰে।
Surat, the commercial capital of the region and other coastal cities soon capitulated to the Mughals.অঞ্চলটোৰ বাণিজ্যিক ৰাজধানী চুৰাট আৰু অন্যান্য উপকূলীয় চহৰসমূহে সোনকালেই মোগলৰ ওচৰত আত্মসমৰ্পণ কৰে।
By 1573, he had driven out the Mirzas who, after offering token resistance, fled for refuge in the Deccan.১৫৭৩ চনৰ ভিতৰত তেওঁ মিৰ্জাসকলক বিতাড়িত কৰিছিল যিসকলে সাংকেতিক প্ৰতিৰোধ আগবঢ়োৱাৰ পিছত দাক্ষিণাত্যত আশ্ৰয় লবলৈ পলাই গৈছিল।
Moreover, Akbar had received invitations from cliques in Gujarat to oust the reigning king, which served as justification for his military expedition.তদুপৰি আকবৰে গুজৰাটৰ গোটসমূহৰ পৰা শাসনত থকা ৰজাক উৎখাত কৰিবলৈ আমন্ত্ৰণ লাভ কৰিছিল, যিয়ে তেওঁৰ সামৰিক অভিযানৰ বৈধ কাৰণ হিচাপে পৰিগণিত হৈছিল।
Akbar's next military objectives were the conquest of Gujarat and Bengal, which connected India with the trading centres of Asia, Africa, and Europe through the Arabian Sea and the Bay of Bengal respectively.আকবৰৰ পৰৱৰ্তী সামৰিক লক্ষ্য আছিল গুজৰাট আৰু বংগ জয় কৰা, যি ভাৰতক ক্ৰমে আৰৱ সাগৰ আৰু বংগোপসাগৰৰ মাজেৰে এছিয়া, আফ্ৰিকা আৰু ইউৰোপৰ বাণিজ্য কেন্দ্ৰৰ সৈতে সংযুক্ত কৰিছিল।
Ranthambore was held by the Hada Rajputs and reputed to be the most powerful fortress in India.হাদা ৰাজপুতসকলে ৰণথামবোৰ দখল কৰিছিল আৰু ভাৰতৰ আটাইতকৈ শক্তিশালী দুৰ্গ হিচাপে গণ্য কৰা হৈছিল।
He never again ventured out his mountain refuge in Mewar and Akbar was content to let him be.তেওঁ আকৌ কেতিয়াও মেৱাৰত থকা তেওঁৰ পৰ্বতৰ আশ্ৰয়লৈ যাবলৈ সাহস কৰা নাছিল আৰু আকবৰে তেওঁক থাকিবলৈ দিয়াত সন্তুষ্ট আছিল।
Akbar had the surviving defenders and 30, 000 non-combatants massacred and their heads displayed upon towers erected throughout the region, in order to demonstrate his authority.আকবৰে নিজৰ প্ৰভুত্বৰ প্ৰদৰ্শন কৰিবৰ বাবে জীয়াই থকা সংগ্রামী আৰু ৩০,০০০ অ-সংগ্ৰামী লোকক গণহত্যা কৰি সমগ্ৰ অঞ্চলটোত স্থাপন কৰা মিনাৰবোৰত তেওঁলোকৰ মূৰ প্ৰদৰ্শন কৰিছিল।
Jahanara, certainly, interceded at various times on behalf of all of the princes and was well-regarded by Aurangzeb even though she shared the religious outlook of Dara.জাহানাৰাই নিশ্চিতভাৱে সকলো ৰাজকুমাৰৰ হৈ বিভিন্ন সময়ত মধ্যস্থতা কৰিছিল আৰু দাৰাৰ ধৰ্মীয় দৃষ্টিভংগী মানি চলাৰ পাছতো ঔৰংগজেবে তেওঁক যথেষ্ট সন্মান কৰিছিল।
The newly reestablished Mughal Army during the reign of Shah Alam II.শ্বাহ আলম দ্বিতীয়-ৰ ৰাজত্বকালত নতুনকৈ পুনৰ প্ৰতিষ্ঠা কৰা মোগল সেনা।
She owned ships that carried pilgrims to and from the Islamic holy city Mecca and ran an extensive trade of silk and several spices to international borders.তেওঁ সেই জাহাজবোৰৰ গৰাকী আছিল যিয়ে তীর্থযাত্রীসকলক ইছলামী পবিত্র চহৰ মক্কালৈ অনা-নিয়া কৰিছিল আৰু আন্তঃৰাষ্ট্রীয় সীমালৈ ৰেচম আৰু বহুবিধ মচলাৰ ব্যাপক বাণিজ্য চলাইছিল।
In response to her arrest, Gandhi's supporters hijacked an Indian Airlines jet and demanded her immediate release.তেওঁক গ্ৰেপ্তাৰ কৰাৰ প্ৰতিক্ৰিয়া স্বৰূপে, গান্ধীৰ সমৰ্থকসকলে ইণ্ডিয়ান এয়াৰলাইনছৰ এখন জেট অপহৰণ কৰে আৰু তেওঁক তাৎক্ষণিকভাৱে মুকলি কৰি দিবলৈ দাবী জনায়।
Mariam-uz-Zamani was a woman of strong personality who laid the foundation of a highly astute international trade in the Mughal Empire and was a remarkable businesswoman herself.মৰিয়ম-উজ-জামানি এগৰাকী শক্তিশালী ব্যক্তিত্বৰ মহিলা আছিল, যিয়ে মোগল সাম্রাজ্যত এক অত্যন্ত চতুৰ আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ ভেটি স্থাপন কৰিছিল আৰু নিজেও এগৰাকী উল্লেখযোগ্য মহিলা ব্যৱসায়ী আছিল।
The young King of Mysore Krishnaraja Wodeyar II rewarded Hyder Ali's performance by granting him the title of Fath Hyder Bahadur or Nawab Hyder Ali Khan.মহীশূৰৰ যুৱ ৰজা কৃষ্ণৰাজ ৱোডেয়াৰ দ্বিতীয়ই হাইদৰ আলীক ফাথ হাইদৰ বাহাদুৰ অথবা নৱাব হাইদৰ আলী খান উপাধি প্ৰদান কৰি তেওঁৰ প্ৰদৰ্শনক পুৰস্কৃত কৰিছিল।
Hyder Ali sent letters appearing to be from Nanjaraj to some of Khande Rao's commanders, confirming their agreement to hand Khande Rao over to Hyder Ali.খাণ্ডে ৰাওক হাইদৰ আলীক হস্তান্তৰ কৰাৰ তেওঁলোকৰ চুক্তি নিশ্চিত কৰি হাইদৰ আলীয়ে আনুমানিক নাঞ্জাৰাজৰ পৰা খাণ্ডে ৰাওৰ কেইজনমান অধিনায়কলৈ পত্ৰ প্ৰেৰণ কৰিছিল।
A month later, he met Gandhi for the first time at the Gujarat Political Conference in Godhra.এমাহৰ পাছত গোধৰাত অনুষ্ঠিত গুজৰাট ৰাজনৈতিক সন্মিলনত তেওঁ প্ৰথমবাৰৰ বাবে গান্ধীক সাক্ষাৎ কৰে।
He then sent a military expedition to Gujarat, under his brother Raghunath Rao.তাৰ পিছত তেওঁ তেওঁৰ ভাতৃ ৰঘুনাথ ৰাওৰ অধীনত গুজৰাটলৈ এটা সামৰিক অভিযান পঠাইছিল।
A few weeks later, Ramchandra Baswant escaped to Gujarat.কেইসপ্তাহমানৰ পিছত ৰামচন্দ্ৰ বাসৱন্ত গুজৰাটলৈ পলাই গৈছিল।
On 14 November, he sent them to captivity in Lohagad.১৪ নৱেম্বৰত বালাজী ৰাওৱে তেওঁলোকক লোহাগড়ৰ বন্দী স্থানলৈ পঠিয়াই দিছিল।
Tarabai refused, and Balaji Rao left for Pune, since a siege of the well-provisioned and strong Satara fort would not be easy.তাৰাবাইয়ে অস্বীকাৰ কৰিছিল, আৰু যিহেতু সু-ব্যৱস্থাযুক্ত তথা শক্তিশালী চাতাৰা দুর্গটো অৱৰোধ কৰাটো সম্ভৱ নহ'ব, সেয়ে বালাজী ৰাও পুনৰ পুনেলৈ গুচি গৈছিল।
On 30 April, Balaji Rao launched a surprise evening attack, and Damaji's camp surrendered without resistance.৩০ এপ্ৰিলত বালাজী ৰাওৱে সন্ধিয়াৰ আকস্মিক আক্ৰমণ চলাইছিল আৰু দামাজীৰ শিবিৰটোৱে বিনা প্রতিৰোধে আত্মসমর্পণ কৰিছিল।
Meanwhile, on hearing about the rebellion, Balaji Rao left the Mughal frontier, and quickly advanced towards Satara, covering 400 miles in 13 days.ইফালে, বিদ্ৰোহৰ খবৰ পাই বালাজী ৰাওৱে মোগল সীমান্ত এৰি, ১৩ দিনত ৬৪৩.৭৩৭৬ কিলমিটাৰ অতিক্ৰম কৰি ক্ষীপ্রতাৰে ছাতাৰাৰ অভিমুখে আগবাঢ়ি গৈছিল।
Trimbakrao kept pursuing him and cornered his force near a gorge in the Krishna river valley.ত্ৰিম্বকৰাওয়ে তেওঁক খেদি আছিল আৰু কৃষ্ণা নদী উপত্যকাৰ এটা কুৰুঙৰ ওচৰত নিজৰ বাহিনীক একাশৰীয়া কৰিছিল।
In India and elsewhere, he was often called Sardar, meaning "chief" in Hindi, Urdu, and Persian.ভাৰত আৰু আন ঠাইত, তেওঁক প্ৰায়ে চৰ্দাৰ বুলি কোৱা হৈছিল, যাৰ অৰ্থ হৈছে হিন্দী, উৰ্দু আৰু পাৰ্চী ভাষাত "মুৰব্বী"।
He was a barrister and a senior leader of the Indian National Congress, who played a leading role in the country's struggle for independence, guiding its integration into a united, independent nation.তেওঁ এজন বেৰিষ্টাৰ আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ জ্যেষ্ঠ নেতা আছিল, যি এক ঐক্যবদ্ধ স্বাধীন ৰাষ্ট্ৰলৈ একত্ৰিত কৰাৰ পথ প্ৰদৰ্শন কৰি দেশৰ স্বাধীনতা সংগ্ৰামত আগশাৰীৰ ভূমিকা পালন কৰিছিল।
He served as the first Deputy Prime Minister of India from 1947 to 1950.তেওঁ ১৯৪৭ চনৰ পৰা ১৯৫০ চনলৈ ভাৰতৰ প্ৰথম উপ-প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
Following his conquests of Gujarat and Bengal, Akbar was preoccupied with domestic concerns.গুজৰাট আৰু বংগত জয়লাভ কৰাৰ পাছত আকবৰ ঘৰুৱা চিন্তাত মগ্ন হৈছিল।
India took the First Test, before five consecutive draws resulted, four of which did not even reach the fourth innings.একেৰাহে পাঁচখন ড্ৰ হোৱাৰ পূৰ্বে যাৰ চাৰিখন আনকি চতুৰ্থ ইনিংছতো উপনীত হ'ব পৰা নাছিল, ভাৰতে প্রথমখন টেষ্ট জিকিছিল।
His severed head was sent to Akbar, while his limbs were gibbeted at Tandah, the Mughal capital in Bengal.তেওঁৰ কটা মূৰটো আকবৰলৈ প্ৰেৰণ কৰা হৈছিল, আনহাতে তেওঁৰ হাত-ভৰিবোৰ বংগৰ মোগল ৰাজধানী তান্দাত ৰখা হৈছিল।
Daud Khan was later captured and executed by Mughal forces.পিছত মোগল বাহিনীয়ে দাউদ খানক বন্দী কৰি মৃত্যুদণ্ড দিছিল।
A popular anecdote recounts that he lanced his own painful boil without hesitation, even as the barber charged with doing it trembled.এটা জনপ্ৰিয় উপাখ্যানত কোৱা হৈছে যে তেওঁ নিজৰ বিষাই থকা ফোঁহাটো নিঃসংকোচে চেপা মাৰিছিল, আনকি সেই কাম কৰা নাপিতজনে কঁপি থকাৰ অভিযোগ আছিল।
He followed this with his first century, 116 and 64* in the third Test in Georgetown, Guyana, and 1 and 117* in the fourth Test in Bridgetown, Barbados.ইয়াৰ পিছতে তেওঁ তেওঁৰ প্ৰথম শতকেৰে গিয়ানাৰ জৰ্জটাউনত অনুষ্ঠিত তৃতীয়খন টেষ্টত ১১৬ আৰু অপৰাজেয় ৬৪ ৰান কৰিছিল, আৰু বাৰ্বাডোছৰ ব্ৰীজটাউনত অনুষ্ঠিত চতুৰ্থ টেষ্টত ১ আৰু অপৰাজেয় ১১৭ ৰান কৰিছিল।
He scored 246*, 222 and 85 in school cricket in his final year of secondary education before striking a century against the touring London schoolboys.তেওঁ মাধ্যমিক শিক্ষাৰ অন্তিম বৰ্ষত স্কুল ক্ৰিকেটত অপৰাজেয় ২৪৬ ৰান, ২২২ আৰু ৮৫ ৰান সংগ্ৰহ কৰাৰ পূৰ্বে লণ্ডনৰ ভ্ৰমণকাৰী স্কুলীয়া ল’ৰাসকলৰ বিৰুদ্ধে শতক অৰ্জন কৰিছিল।
Raghoji Bhonsle also agreed to peace on the condition that Nizam would grant him some jagirs in Berar.ৰঘোজী ভোঁসলেয়েও বেৰাৰত নিজামে তেওঁক কিছু জাগীৰ প্ৰদান কৰাৰ চৰ্তত শান্তিৰ বাবে সন্মত হৈছিল।
Madho was supported by Jagat Singh II of Mewar and Ummed Singh of Bundi.মাধোক মেৱাৰৰ জগত সিং দ্বিতীয় আৰু বুন্দীৰ উম্মেদ সিঙে সমৰ্থন কৰিছিল।
When Jai Singh II of Jaipur died in 1743, a war of succession broke out between his sons Ishwari Singh and Madho Singh.১৭৪৩ চনত জয়পুৰৰ জয় সিং দ্বিতীয়ৰ মৃত্যুৰ সময়ত তেওঁৰ পুত্ৰ ঈশ্বৰী সিং আৰু মাধো সিঙৰ মাজত উত্তৰাধিকাৰৰ যুদ্ধৰ সৃষ্টি হৈছিল।
Due to Tarabai's rebellion and the French-trained enemy troops, the Marathas had to retreat.তাৰাবাইৰ বিদ্ৰোহ আৰু ফৰাচী- প্ৰশিক্ষিত শত্ৰু সৈন্যৰ বাবে মাৰাঠাসকলে পিছুৱাই যাবলগীয়া হৈছিল।
In 1751, Balaji Rao had invaded the territories of Nizam of Hyderabad Salabat Jung, who was supported by the French Governor-General of Pondicherry Marquis de Bussy-Castelnau.১৭৫১ চনত বালাজী ৰাওৱে হায়দৰাবাদৰ নিজাম চালাবাট জঙৰ ভূখণ্ডসমূহ আক্ৰমণ কৰিছিল, যাক পণ্ডিচেৰীৰ ফৰাচী গৱৰ্ণৰ-জেনেৰেল মাৰ্কিছ ডি বুছি-কাষ্টেলনাউয়ে সমৰ্থন কৰিছিল।
He was also asked to maintain a cavalry of 20,000 horses in service of the Peshwa.তেওঁক পেশ্বৱাৰ সেৱাৰ বাবে ২০ হাজাৰ ঘোঁৰাৰ এক অশ্বাৰোহী বাহিনী ৰাখিবলৈও কোৱা হৈছিল।
In return, he was made the Maratha chief of Gujarat, and Balaji Rao offered him assistance in expelling the Mughals from Gujarat.ইয়াৰ বিনিময়ত, তেওঁক গুজৰাটৰ মাৰাঠা প্ৰধান হিচাপে নিযুক্ত কৰা হৈছিল আৰু বালাজী ৰাওৱে তেওঁক গুজৰাটৰ পৰা মোগলসকলক খেদি পঠিওৱাত সহায় আগবঢ়াইছিল।
Patel travelled to attend schools in Nadiad, Petlad, and Borsad, living self-sufficiently with other boys.পেটেলে নাদিয়াদ, পেটলাড আৰু বৰচাদৰ বিদ্যালয়ত পঢ়িবলৈ গৈছিল, আন ল'ৰাৰ সৈতে স্বাৱলম্বীভাৱে জীৱন যাপন কৰিছিল।
Patel persuaded almost every princely state to accede to India.পেটেলে প্ৰায় প্ৰতিখন ৰাজ্যকে ভাৰতত যোগদান কৰিবলৈ মান্তি কৰাইছিল।
He made his first-class debut for Vazir Sultan Colts XI against an XI from Dungarpur in 1966-67 but remained in Bombay's Ranji Trophy squad for the next two years without playing a match.তেওঁ ১৯৬৬-৬৭ চনৰ ডুংগাৰপুৰৰ এটা একাদশৰ বিৰুদ্ধে ৱাজিৰ চুলতান কল্টছ একাদশৰ হৈ প্রথম-শ্রেণীৰ খেলত আত্মপ্রকাশ কৰিছিল, কিন্তু পৰৱর্তী দুবছৰ ধৰি এখনো খেল নেখেলাকৈয়ে ব'ম্বেৰ ৰঞ্জী ট্ৰফী দলত আছিল।
Ishwari Singh initially agreed, but refused to abide by his promise after Balaji returned to Pune.ইশ্বৰী সিঙে প্ৰথমতে মান্তি হৈছিল, কিন্তু বালাজী পুনেলৈ উভতি অহাৰ পিছত নিজৰ প্ৰতিশ্ৰুতি মানি চলিবলৈ অস্বীকাৰ কৰিছিল।
Madho Singh later sought arbitration from Balaji Rao, who personally came to Jaipur and convinced Ishwari Singh to cede 4 mahals to Madho Singh.পিছত মাধো সিঙে বালাজী ৰাওৰ পৰা মধ্যস্থতা বিচাৰিছিল, যিয়ে ব্যক্তিগতভাৱে জয়পুৰলৈ আহি ঈশ্বৰী সিঙক মাধো সিঙৰ হাতত ৪টা মহল অৰ্পণ কৰিবলৈ সৈমান কৰাইছিল।
Later, Jagat Singh was able to enlist Malhar Rao Holkar on Madho's side, while Jayappa Rao Scindia continued to support Ishwari.পিছলৈ জগত সিঙে মালহাৰ ৰাও হোলকাৰক মাধোৰ পক্ষত যোগদান কৰাবলৈ সক্ষম হৈছিল, আনহাতে জয়প্পা ৰাও সিন্ধিয়াই ইশ্বৰীৰ প্রতি সমৰ্থন অব্যাহত ৰাখিছিল।
Her health suddenly worsened and, despite successful emergency surgery, she died in the hospital.তেওঁৰ স্বাস্থ্য হঠাতে অৱনতি ঘটিছিল আৰু সফল জৰুৰীকালীন অস্ত্ৰোপচাৰ হোৱাৰ স্বত্বেও তেওঁ চিকিৎসালয়ত মৃত্যুবৰণ কৰিছিল।
Having once nurtured a similar hope to study in England, Vithalbhai remonstrated his younger brother, saying that it would be disreputable for an older brother to follow his younger brother.এসময়ত ইংলেণ্ডত পঢ়িবলৈ একেধৰণৰ আশা ৰখাৰ পিছত বিথালভাইয়ে সৰু ভায়েকক প্ৰতিবাদ কৰি ক’লে যে এজন ডাঙৰ ককায়েকে সৰু ভায়েকৰ পিছত যোৱাটো বদনাম হ’ব।
Patel was the first chairman and founder of "Edward Memorial High School" Borsad, today known as Jhaverbhai Dajibhai Patel High School.পেটেল আছিল "এডৱাৰ্ড মেম'ৰিয়েল হাইস্কুল" বৰচাদৰ প্ৰথম অধ্যক্ষ আৰু প্ৰতিষ্ঠাপক, যাক বৰ্তমান ঝাভেৰভাই দাজিভাই পেটেল হাইস্কুল বুলি জনা যায়।
Patel practised law in Godhra, Borsad, and Anand while taking on the financial burdens of his homestead in Karamsad.পেটেলে গোধৰা, বৰচাদ আৰু আনন্দত আইনৰ অনুশীলন কৰিছিল আৰু কৰমচাদত তেওঁৰ ঘৰৰ আৰ্থিক দায়িত্ব গ্ৰহণ কৰিছিল।
The couple had a daughter, Maniben, in 1903 and a son, Dahyabhai, in 1905.দম্পতীহালৰ ১৯০৩ চনত মণিবেন নামৰ এগৰাকী কন্যা সন্তান আৰু ১৯০৫ চনত দহিয়াভাই নামৰ এজন পুত্ৰ আছিল।
Fetching his wife Jhaverba from her parents' home, Patel set up his household in Godhra and was called to the bar.মাক-দেউতাকৰ ঘৰৰ পৰা পত্নী ঝাভেৰবাক আনি পেটেলে গোধৰাত নিজৰ ঘৰখন পাতিলে আৰু বাৰলৈ মাতিলে।
Gavaskar saved his best for the Third Test in Karachi, scoring 111 and 137 in the Third, but was unable to prevent a defeat and series loss.কৰাচীত অনুষ্ঠিত তৃতীয়খন টেষ্টত গাভাস্কাৰে ১১১ আৰু ১৩৭ ৰান সংগ্রহ কৰি নিজৰ শ্ৰেষ্ঠ প্রদর্শন কৰিছিল, কিন্তু সেই খেলখনৰ লগতে শৃংখলাটো পৰাজিত হোৱাটো ৰোধ কৰিবলৈ তেওঁ সক্ষম নহ’ল।
These were his third and fourth centuries at the grounds.এয়া তেওঁৰ গ্রাউণ্ডত তৃতীয় আৰু চতুৰ্থ শতক আছিল।
Gavaskar's 1974-75 series against the West Indies was interrupted, playing in only the first, fifth, and final Test of the series against the West Indies.গাভাস্কাৰৰ ১৯৭৪-৭৫ চনৰ ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে থকা শৃংখলাত ব্যাঘাত জন্মিছিল, যাৰ ফলত তেওঁ কেৱল ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে থকা এই শৃংখলাটোত প্ৰথম, পঞ্চম আৰু চূড়ান্ত টেষ্টখনহে খেলিছিল।
He scored some runs in the final two Tests which India drew to complete consecutive series wins over England.তেওঁ অন্তিম দুখন টেষ্টত কিছু ৰান সংগ্ৰহ কৰিছিল, যি দুখন ভাৰতে ড্ৰ কৰি ইংলেণ্ডৰ বিৰুদ্ধে একেৰাহে শৃংখলা জয় সম্পূৰ্ণ কৰিছিল।
Snow was charged with deliberately barging into Gavaskar and was suspended.স্ন'ৰ বিৰুদ্ধে গাভাস্কাৰক ইচ্ছাকৃতভাৱে বাধা দিয়াৰ অভিযোগ উত্থাপন কৰা হৈছিল আৰু তেওঁক নিলম্বিত কৰা হৈছিল।
Gavaskar's arrival in England in 1971 for a three-Test series generated substantial publicity in light of his debut series.১৯৭১ চনত তিনিখন টেষ্ট শৃংখলাৰ বাবে ইংলেণ্ডলৈ অহা গাভাস্কাৰৰ তেওঁৰ প্ৰথম শৃংখলা হোৱাৰ স্বত্ত্বেও যথেষ্ট প্ৰচাৰৰ সৃষ্টি হৈছিল।
He also became the first Indian to make four centuries in one Test series, the second Indian after Vijay Hazare to score two centuries in the same Test, and the third after Hazare and Polly Umrigar to score centuries in three consecutive innings.তদুপৰি তেওঁ এখন টেষ্ট শৃংখলাত চাৰিটা শতক অৰ্জন কৰা প্ৰথমজন ভাৰতীয়, বিজয় হাজাৰেৰ পিছত একেখন টেষ্টত দুটা শতক অৰ্জন কৰা দ্বিতীয়জন ভাৰতীয় আৰু একেৰাহে তিনিটা ইনিংছত শতক অৰ্জন কৰা হাজাৰে আৰু পলি উমৰিগাৰৰ পিছত তৃতীয়জন ভাৰতীয় হিচাপে পৰিগণিত হয়।
His performance in the Test made him the second player after Doug Walters to score a century and double century in the same match and remains the only Indian till date to achieve this feat.এই টেষ্টত তেওঁৰ প্ৰদৰ্শনে তেওঁক ড'গ ৱালটাৰ্ছৰ পিছত একেখন খেলতে শতক আৰু দ্বৈত শতক অৰ্জন কৰা দ্বিতীয়জন খেলুৱৈ আৰু আজিলৈকে এই কৃতিত্ব অৰ্জন কৰা একমাত্ৰ ভাৰতীয় হিচাপে পৰিচিত কৰিছিল।
Wearing European-style clothes and sporting urbane mannerisms, he became a skilled bridge player.ইউৰোপীয় শৈলীৰ কাপোৰ পিন্ধি আৰু নগৰীয়া খেলুৱৈসুলভ আচাৰ-ব্যৱহাৰেৰে তেওঁ এজন দক্ষ ব্ৰীজ খেলুৱৈ হৈ পৰিছিল।
At the age of 36, he journeyed to England and enrolled at the Middle Temple Inn in London.৩৬ বছৰ বয়সত তেওঁ ইংলেণ্ডলৈ যাত্ৰা কৰে আৰু লণ্ডনৰ মিডল টেম্পল ইনত নাম ভৰ্তি কৰে।
During his tenure, Kapil Dev emerged as a leading pace bowler for the country.তেওঁৰ কাৰ্যকালত, কপিল দেৱ দেশৰ এজন আগশাৰীৰ পে'চ বলাৰ হিচাপে জনাজাত হৈছিল।
After failing to score in the Second Test, he scored 107 and 182 not out in the Third Test at Calcutta, another high scoring draw.দ্বিতীয় টেষ্টত ৰান কৰিব নোৱাৰাৰ পিছত কলিকতাত অনুষ্ঠিত তৃতীয় টেষ্টত তেওঁ ১০৭ আৰু ১৮২ত নট আউট হৈ থাকে, যিটো আন এক উচ্চ ৰানৰ ড্র আছিল।
His 205 in the First Test made him the first Indian to score a double century in India against the West Indies.তেওঁ প্ৰথম টেষ্টত কৰা ২০৫ ৰানৰ জৰিয়তে ভাৰতত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে দ্বৈত শতক অর্জন কৰা প্ৰথমজন ভাৰতীয় হিচাপে পৰিগণিত হয়।
Often equipped with unpenetrative bowling attacks he tended to use conservative tactics which resulted in a large number of draws.প্ৰায়ে অভেদ্য বলিং আক্ৰমণেৰে সুসজ্জিত হৈ তেওঁ ৰক্ষণশীল কৌশল ব্যৱহাৰ কৰিছিল, যাৰ ফলত বৃহৎ সংখ্যক খেল ড্ৰ হৈছিল।
Gavaskar was captain of the Indian team on several occasions in the late 1970s and early 1980s, although his record is less than impressive.গাভাস্কাৰ ১৯৭০ চনৰ শেষৰ ফালে আৰু ১৯৮০ চনৰ আৰম্ভণিত কেইবাবাৰো ভাৰতীয় দলৰ অধিনায়ক আছিল, যদিও তেওঁৰ অভিলেখ বিশেষ আকর্ষণীয় নাছিল।
The first was 119 in front of his home crowd at the Wankhede Stadium, helping India to a victory.প্ৰথমটো আছিল ৱানখেড়ে ষ্টেডিয়ামত নিজৰ ঘৰুৱা দৰ্শকৰ সন্মুখত ১১৯ ৰান কৰি ভাৰতক জয়ী হোৱাত সহায় কৰাটো।
Gavaskar was not to score a century on home soil until November 1976.১৯৭৬ চনৰ নৱেম্বৰ মাহলৈকে গাভাস্কাৰে নিজ গৃহ ভূমিত শতক অৰ্জন কৰা নাছিল।
In the Third Test, his 102 helped India post 4/406 to set a world record for the highest winning fourth innings score.তৃতীয় টেষ্টত তেওঁৰ ১০২ ৰানে ভাৰতক ৪/৪০৬ ৰ পাছত চতুৰ্থ ইনিংছৰ সৰ্বাধিক বিজয়ী ৰানসহ বিশ্ব অভিলেখ গঢ়াত সহায় কৰিছিল।
Gavaskar led India in a Test for the first time in January 1976 against New Zealand during the First Test in Auckland when regular captain Bishen Singh Bedi was suffering from a leg injury.গাভাস্কাৰে ১৯৭৬ চনৰ জানুৱাৰী মাহত অ'কলেণ্ডত অনুষ্ঠিত হোৱা প্ৰথম টেষ্টৰ সময়ত নিউজিলেণ্ডৰ বিৰুদ্ধে ভাৰতক প্রথমবাৰৰ বাবে নেতৃত্ব দিছিল, যেতিয়া নিয়মীয়া অধিনায়ক বিশেন সিং বেদীৰ ভৰি আঘাতপ্রাপ্ত হৈ আছিল।
In September 1917, Patel delivered a speech in Borsad, encouraging Indians nationwide to sign Gandhi's petition demanding Swaraj self-rule from Britain.১৯১৭ চনৰ ছেপ্টেম্বৰ মাহত পেটেলে বৰচাদত এক ভাষণ প্ৰদান কৰে আৰু দেশজুৰি ভাৰতীয়সকলক ব্ৰিটেইনৰ পৰা স্বৰাজ স্ব-শাসনৰ দাবীত গান্ধীৰ আৱেদনত স্বাক্ষৰ কৰিবলৈ উৎসাহিত কৰিছিল।
He had made a pact with his brother Vithalbhai to support his entry into politics in the Bombay Presidency, while Patel remained in Ahmedabad to provide for the family.তেওঁ বোম্বাই প্ৰেচিডেন্সিৰ ৰাজনীতিত প্ৰৱেশ কৰিবলৈ তেওঁৰ ভাতৃ বিথালভাইৰ সৈতে এক চুক্তি কৰিছিল, আনহাতে পেটেল পৰিয়ালটোৰ ভৰণপোষণৰ বাবে আহমেদাবাদত আছিল।
Patel nurtured ambitions to expand his practice and accumulate great wealth and to provide his children with modern education.পেটেলে তেওঁৰ অনুশীলন সম্প্ৰসাৰিত কৰিবলৈ আৰু বৃহৎ সম্পদ সংগ্ৰহ কৰিবলৈ আৰু তেওঁৰ সন্তানক আধুনিক শিক্ষা প্ৰদান কৰিবলৈ উচ্চাকাংক্ষা পুহি ৰাখিছিল।
With three balls left in the match, all four results were possible.তিনিটা বল বাকী থকাৰ ফলত, এই খেলত চাৰিওটা ফলাফলেই সম্ভৱ হৈ উঠিছিল।
Led by Gavaskar, India made steady progress to be 328/1 with 20 overs remaining on the final day with a record-breaking victory still possible.গাভাস্কাৰৰ নেতৃত্বত ভাৰতে নিৰন্তৰ অগ্ৰগতি লাভ কৰি অন্তিম দিনটোত ২০ অভাৰ বাকী থকা অৱস্থাত ৩২৮/১ ৰানত অভিলেখ ভংগকাৰী জয়ৰ সম্ভাৱনা বজাই ৰাখিছিল।
India was 10 down and needed to reach a world record target of 438 to square the series.ভাৰতৰ ১০টা উইকেট গৈছিল আৰু শৃংখলাটোত সমতা স্থাপন কৰিবলৈ ৪৩৮ ৰানৰ বিশ্ব অভিলেখৰ লক্ষ্যত উপনীত হোৱাৰ প্ৰয়োজন আছিল।
Despite this, he was stripped of the captaincy when India toured England in 1979 for a four Test tour.ইয়াৰ পিছতো, ১৯৭৯ চনত ভাৰতে চাৰিখন টেষ্ট ভ্ৰমণৰ বাবে ইংলেণ্ডলৈ যোৱাৰ সময়ত তেওঁৰ পৰা অধিনায়কত্ব কাঢ়ি লোৱা হৈছিল।
He posted a fourth century for the series, scoring 120 in the Fifth Test at Delhi, becoming the first Indian to pass 4000 Test runs.তেওঁ এই শৃংখলাটোৰ বাবে চতুৰ্থটো শতক কৰি দিল্লীত অনুষ্ঠিত পঞ্চম টেষ্টত ১২০ ৰান সংগ্ৰহ কৰে, আৰু ৪০০০ টেষ্ট ৰান অর্জন কৰা প্ৰথমজন ভাৰতীয় হিচাপে পৰিগণিত হয়।
This made him the first player in Test history to achieve centuries in both innings of a Test three times.ইয়াৰ জৰিয়তে তেওঁ টেষ্ট ইতিহাসত তিনিবাৰকৈ টেষ্টৰ দুয়োটা ইনিংছতে শতক অৰ্জন কৰা প্ৰথমজন খেলুৱৈ হিচাপে পৰিগণিত হয়।
The government agreed to negotiate with Patel and decided to suspend the payment of taxes for a year, even scaling back the rate.চৰকাৰে পেটেলৰ সৈতে মীমাংসা কৰিবলৈ সন্মত হৈছিল আৰু এবছৰৰ বাবে কৰ পৰিশোধ স্থগিত ৰখাৰ সিদ্ধান্ত লৈছিল, আনকি কৰৰ পৰিমাণো হ্ৰাস কৰিছিল।
The revolt evoked sympathy and admiration across India, including among pro-British Indian politicians.এই বিদ্ৰোহে বৃটিছ সমৰ্থক ভাৰতীয় ৰাজনীতিবিদসকলকে ধৰি সমগ্ৰ ভাৰততে সহানুভূতি আৰু প্রশংসাৰ সৃষ্টি কৰিছিল।
Supported by Congress volunteers Narhari Parikh, Mohanlal Pandya, and Abbas Tyabji, Vallabhbhai Patel began a village-by-village tour in the Kheda district, documenting grievances and asking villagers for their support for a statewide revolt by refusing to pay taxes.কংগ্ৰেছ স্বেচ্ছাসেৱক নৰহৰি পাৰিখ, মোহনলাল পাণ্ডিয়া আৰু আব্বাছ ত্যাবজীৰ সমৰ্থনত বল্লভভাই পেটেলে খেড়া জিলাত গাঁৱে-গাঁৱে ভ্ৰমণ আৰম্ভ কৰে, অভিযোগ নথিভুক্ত কৰে আৰু কৰ পৰিশোধ কৰিবলৈ অস্বীকাৰ কৰি ৰাজ্যজুৰি হোৱা বিদ্ৰোহৰ বাবে গাঁওবাসীক সমৰ্থন বিচাৰিছিল।
Gandhi endorsed waging a struggle there, but could not lead it himself due to his activities in Champaran.গান্ধীয়ে তাত সংগ্ৰাম কৰাটো সমৰ্থন কৰিছিল, কিন্তু চম্পাৰণত তেওঁৰ কাৰ্যকলাপৰ বাবে নিজেই ইয়াৰ নেতৃত্ব দিব পৰা নাছিল।
Patel now energetically fought against veth – the forced servitude of Indians to Europeans and organised relief efforts in the wake of plague and famine in Kheda.পেটেলে এতিয়া ভেথৰ বিৰুদ্ধে শক্তিশালীভাৱে যুঁজিছিল – ইউৰোপীয়সকলৰ প্ৰতি ভাৰতীয়সকলৰ বলপূৰ্বক দাসত্বৰ বিৰুদ্ধে আৰু খেদাত প্লেগ আৰু দুৰ্ভিক্ষৰ পৰিপ্ৰেক্ষিতত সাহায্য সংগ্ৰহ কৰিছিল।
The series was followed by a tour of New Zealand in which he scored 117 runs at an average of 29.এই শৃংখলাৰ পিছতে নিউজিলেণ্ড ভ্ৰমণ কৰা হৈছিল, য’ত তেওঁ গড়ে ২৯ ৰান কৰি ১১৭ ৰাণ সংগ্ৰহ কৰিছিল।
In 1992, at the age of 19, Tendulkar became the first overseas-born player to represent Yorkshire, which prior to Tendulkar joining the team, never selected players even from outside Yorkshire.১৯৯২ চনত ১৯ বছৰ বয়সত তেণ্ডুলকাৰ ইয়ৰ্কশ্বায়াৰক প্ৰতিনিধিত্ব কৰা প্ৰথমজন বিদেশত জন্মগ্ৰহণ কৰা খেলুৱৈ হিচাপে পৰিগণিত হৈছিল, তেণ্ডুলকাৰে দলত যোগদান কৰাৰ পূৰ্বে ইয়ৰ্কশ্বায়াৰৰ বাহিৰৰ পৰা কেতিয়াও খেলুৱৈ নিৰ্বাচন কৰা নাছিল।
He scored 583 runs at an average of 67.77 and was the eighth-highest run-scorer overall.তেওঁ গড়ে ৬৭.৭৭ ৰানকৈ ৫৮৩ ৰান সংগ্ৰহ কৰি সামগ্ৰিকভাৱে অষ্টম সৰ্বাধিক ৰান সংগ্ৰহকাৰী হিচাপে পৰিগণিত হয়।
Tendulkar finished the 1988-89 Ranji Trophy season as Bombay's highest run-scorer.তেণ্ডুলকাৰে বোম্বেৰ সৰ্বাধিক ৰান সংগ্ৰহকাৰী হিচাপে ১৯৮৮-৮৯ চনৰ ৰঞ্জি ট্ৰফীৰ শৃংখলাটো সমাপ্ত কৰিছিল।
This time, Sachin, apparently unobserved, played much better and was accepted at Achrekar's academy.এইবাৰ, আপাত দৃষ্টিত অগোচৰ হৈ থকা শচীনে বহুত ভাল খেলিছিল আৰু আচৰেকাৰৰ একাডেমীত স্থান পাবলৈ সক্ষম হৈছিল।
They were Ramesh's children by his first wife, who died after the birth of her third child.তেওঁলোক আছিল তৃতীয় সন্তানৰ জন্মৰ পিছত মৃত্যু হোৱা ৰমেশৰ প্ৰথমা পত্নীৰ সন্তান।
In the first meeting, Sachin did not able to play his best game.প্ৰথমখন মেচত শচীনে নিজৰ শ্ৰেষ্ঠ প্ৰদৰ্শন কৰিব পৰা নাছিল।
Both Satwant and Kehar were sentenced to death and hanged in Delhi's Tihar Jail.সাতৱন্ত আৰু কেহাৰ দুয়োকে মৃত্যুদণ্ড দিয়া হৈছিল আৰু দিল্লীৰ তিহাৰ জেইলত ফাঁচি দিয়া হৈছিল।
On 31October 1984, two of Gandhi's Sikh bodyguards, Satwant Singh and Beant Singh, shot her with their service weapons in the garden of the prime minister's residence at 1Safdarjung Road, New Delhi, allegedly in revenge for Operation Blue Star.১৯৮৪ চনৰ ৩১ অক্টোবৰত গান্ধীৰ দুজন শিখ দেহৰক্ষী সাতৱন্ত সিং আৰু বিয়েণ্ট সিঙে নতুন দিল্লীৰ ১ছফদৰজং ৰোডত থকা প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ বাগিচাত অপাৰেচন ব্লু ষ্টাৰৰ প্ৰতিশোধ ল’বলৈ গান্ধীক তেওঁলোকৰ নিজা অস্ত্ৰৰে গুলীয়াই হত্যা কৰিছিল।
Harjinder Singh Dilgeer stated that she attacked the temple complex to present herself as a great hero in order to win the general elections planned towards the end of 1984.হৰজিন্দৰ সিং দিলগেৰে কৈছিল যে ১৯৮৪ চনৰ শেষৰ ফালে পৰিকল্পনা কৰা সাধাৰণ নিৰ্বাচনত জয়ী হ'বলৈ তেওঁ নিজকে এগৰাকী মহান নায়ক হিচাপে প্ৰমাণ কৰিবলৈ মন্দিৰ চৌহদত আক্ৰমণ কৰিছিল।
After several futile negotiations, in June 1984, Gandhi ordered the Indian army to enter the Golden Temple to remove Bhindranwale and his supporters from the complex.কেইবাটাও নিষ্ফল আলোচনাৰ পিছত, ১৯৮৪ চনৰ জুন মাহত গান্ধীয়ে ভিন্দ্ৰনৱালে আৰু তেওঁৰ সমৰ্থকসকলক চৌহদৰ পৰা আঁতৰাবলৈ ভাৰতীয় সেনাক গ'ল্ডেন টেম্পলত প্ৰৱেশ কৰিবলৈ নিৰ্দেশ দিছিল।
The operation badly damaged or destroyed parts of the Temple complex, including the Akal Takht shrine and the Sikh library.এই অভিযানত অকাল তখত্ মন্দিৰ আৰু শিখ পুথিভঁৰালকে ধৰি মন্দিৰ চৌহদৰ কিছু অংশ বেয়াকৈ ক্ষতিগ্ৰস্ত বা ধ্বংস হৈছিল।
The first electoral test for Gandhi was the 1967 general elections for the Lok Sabha and state assemblies.গান্ধীৰ বাবে প্ৰথম নিৰ্বাচনী পৰীক্ষা আছিল ১৯৬৭ চনত লোকসভা আৰু ৰাজ্যিক বিধানসভাৰ সাধাৰণ নিৰ্বাচন।
Soon afterwards, the Congress party split again with Gandhi floating her own Congress faction.ইয়াৰ পিছতে গান্ধীয়ে নিজে কংগ্ৰেছ দলটো পুনৰ গঠন কৰাৰ লগে লগে কংগ্ৰেছ দলটো পুনৰ বিভক্ত হৈছিল।
The Janata Party's democracy or dictatorship claim seemed to resonate with the public.জনতা পাৰ্টিৰ গণতন্ত্ৰ বা একনায়কত্ববাদৰ দাবী যেন জনসাধাৰণৰ মাজত প্ৰতিধ্বনিত হৈছিল।