text
stringlengths
0
188k
Online facility for House Construction Permission : পহিলা জানুৱাৰীৰ পৰা ৰাজ্যত মাথোঁ অনলাইনযোগেহে গৃহ নিৰ্মাণৰ অনুমতি প্ৰদানৰ ব্যৱস্থা
November 30, 2022 9 0 CommentsBy: Sangbad 365
গুৱাহাটী : অহা বছৰৰ পহিলা জানুৱাৰীৰ পৰা ৰাজ্যৰ চহৰসমূহত গৃহ নিৰ্মাণৰ অনুমতি প্ৰদানৰ ক্ষেত্ৰত বৰ্তমানে থকা ‘মেনুৱেল’ পদ্ধতিৰ অৱসান<eot>প্ৰশ্ন:নাগৰিকত্ব সংশোধনী বিধেয়ক,২০১৯ আৰু কা' বিৰোধী আন্দোলনত অসমত কিমানজন লোক পুলিচৰ গুলীত মৃত্যু হ'ল? উত্তৰ:নাগৰিকত্ব(সংশোধনী)বিধেয়ক,২০১৯ আৰু কা' বিৰোধী আন্দোলনত অসম আৰক্ষীৰ গুলীত মুঠ তিনিজন লোকৰ মৃত্যু হয়।উল্লেখ থাকে যে আৰু এজন ব্যক্তিৰ…
মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ভূমি কেলেংকাৰীৰ তদন্ত বিচাৰি জিলাই জিলাই উপায়ুক্তৰ জৰিয়তে প্ৰধানমন্ত্ৰীলৈ…
The CrossCurrent Dec 20, 2021
অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সহধৰ্মিনী ৰিণিকি ভূঞা শৰ্মা সমন্বিতে পৰিয়ালৰ কেইবাগৰাকী লোক ব্যাপক ভূমি কেলেংকাৰী আৰু অবৈধ ধনৰ সৰবৰাহৰ সৈতে জড়িত হোৱা বুলি উত্থাপিত অভিযোগৰ তদন্ত বিচাৰি ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰিছে…
মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ভূমি কেলেংকাৰিৰ তদন্ত কৰক। নিৰপেক্ষ তদন্তৰ স্বাৰ্থত মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰক…
The CrossCurrent Dec 20, 2021
ভূমি আইন আৰু চৰকাৰৰ ভূমি নীতি সম্পূৰ্ণৰূপে উলংঘা কৰি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ নামত চৰকাৰী আৰু চিলিং উদ্বৃত্ত মাটি আৱণ্টন দিয়াৰ বৃহৎ কেলেংকাৰি পোহৰলৈ আহিছে৷ ‘দ্য ৱাইৰ’ আৰু ‘দ্য ক্ৰছ কাৰেণ্ট’ সংবাদ মাধ্যমে প্ৰকাশ কৰা বাতৰি…
ভূমি কেলেংকাৰিৰ প্ৰসংগ উত্থাপনৰ পিছতেই ১০ মিনিটৰ বাবে স্থগিত বিধানসভা
The CrossCurrent Dec 20, 2021
ভূমি কেলেংকাৰি সন্দর্ভত উত্তাল সদন৷সদন স্থগিত ৰাখিব লগা হ’ল দহ মিনিটৰ বাবে৷আজিৰে পৰা আৰম্ভ হৈছিল অসম বিধানসভাৰ শীতকালীন অধিবেশন৷অধিবেশনৰ প্ৰথম দিনটোতেই সদনত ভূমি কেলেংকাৰি সন্দর্ভত বিতর্কৰ বাবে বিষয়টো উপস্থাপন কৰে বিৰোধীয়ে৷ভূমি কেলেংকাৰিক…
সংবাদমাধ্যমৰ ভূমিকাক লৈ মুখ্য ন্যায়াধীশৰ ইমান আক্ষেপ কিয় ?
The CrossCurrent Dec 17, 2021
অৰূপ কলিতা অপ্ৰত্যাশিতভাৱে মেডিয়াৰ কেনভাছৰ পৰা অনুসন্ধানমূলক সাংবাদিকতাৰ ধাৰণা অদৃশ্য হৈ পৰিছে ৷- এইদৰে আক্ষেপ কৰিছে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এন ভি ৰমানাই ৷ এখন গ্ৰন্থ উন্মোচনী সভাত ভাগ লৈ বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ৰ…
কোনে কেতিয়া নোহোৱা কৰিছিল আৰ বি এছৰ ভূমি ক্ৰয়ৰ নথি?
The CrossCurrent Dec 13, 2021
দ্য ক্ৰছকাৰেন্ট আৰু দ্য ৱায়াৰৰ অনুসন্ধানত পোহৰলৈ আহিছে RBS পেপাৰ্চৰ বহু চাঞ্চল্যকৰ তথ্য।মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ কম্পেনী RBS ৰিয়েল্টৰ্চ প্ৰাইভেট লিমিটেডে কিদৰে চৰকাৰী আইন,বিধি ভৰিৰে মোহাৰি বিঘাই বিঘাই…
জনপ্ৰিয়
চোৰাং বেপাৰীৰ দপদপনি পৰ্বতঝোৰাত
মই এনডি টিভিৰ পৰা পদত্যাগ কৰিলোঁ..
ডিফুত কাৰ্বি আংলং জিলা ছাত্ৰ সন্থাৰ প্ৰতিনিধি সভা
মণিপুৰত উজলিল বৰভাগৰ উশ্বু খেলুৱৈ দীপামণি কলিতা
ৰিয়ানৰ ওপৰত ৰাষ্ট্ৰীয় নিৰ্বাচকৰ দৃষ্টি পৰিবনে ?
কি হ’ব NDTV ৰ ?
- Advertisement -
You're visiting the official website of The Cross Current, an independent digital media platform based in Guwahati, Assam. We bring you the latest news from in and around Assam and North Eastern Region of India.<eot>আজি কামৰূপ গ্ৰাম্য জিলাৰ বকো সমষ্টিৰ মন্দিৰা আৰক্ষী চকীৰ অন্তৰ্গত হেকৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এগৰাকী চকীদাৰে বিদ্যালয়খনৰে এগৰাকী সপ্তম শ্ৰেণীৰ ছাত্ৰীক বলপূৰ্বক ভাৱে যৌন নিৰ্যাতনৰ চেষ্টা চলোৱা ঘটনাক লৈ অঞ্চলটোত এক উত্তাল পৰিৱেশৰ সৃষ্টি হয়।
উল্লেখযোগ্য যে পুৱাৰ ভাগত বিদ্যালয়খনত এগৰাকী সপ্তম শ্ৰেণীৰ ছাত্ৰী উপস্থিত হোৱাৰ পিছতে বিদ্যালয়খনৰ খৰ্গেশ্বৰ দাস নামৰ চকীদাৰজনে ছাত্ৰী গৰাকীক যৌন নিৰ্যাতনৰ চেষ্টা চলায়।
ফলত ছাত্ৰী গৰাকীয়ে নৰাধমটোৰ পৰা নিজকে ৰক্ষা কৰিবলৈ চিঞৰ-বাখৰ কৰাত ঘটনাস্থলীত স্থানীয় ৰাইজ আৰু ছাত্ৰ সংগঠনৰ লোকৰ লগতে ছাত্ৰী গৰাকীৰ অভিভৱাক উপস্থিত হৈ এক হুলস্থলীয়া পৰিৱেশৰ সৃষ্টি কৰাৰ লগতে ঘটনাৰ সম্পৰ্কত আৰক্ষীক অৱগত কৰে।
আনহাতে ঘটনাৰ সম্পৰ্কে অৱগত হোৱাৰ লগে লগে ঘটনাস্থলীত নগৰবেৰা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া তথা কাৰ্যবাহী দণ্ডাধীশ ধ্ৰুৱজ্যোতি দাসৰ লগতে মন্দিৰা আৰু বকো থানাৰ আৰক্ষী উপস্থিত হৈ পৰিস্থিতিৰ সন্দৰ্ভত অনুসন্ধান কৰাৰ লগতে বিদ্যালয়খনৰ চকীদাৰ তথা নৰাধম খৰ্গেশ্বৰ দাসক আৰক্ষীয়ে আটক কৰে।
Recent News
FIFA World Cup 2022: খেলপথাৰলৈ ঘুৰি আহিল চাম্বাৰ ছন্দ! দক্ষিণ কোৰিয়াক বিদায় দি কোৱাৰ্টাৰ ফাইনেলত ব্ৰাজিল
মানৱ অধিকাৰ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াক আন্ত:ৰাষ্ট্ৰীয় বিশ্ব সংবিধান সাংসদ বঁটা
মহিলাক চোকা অস্ত্ৰৰে আক্ৰমণ অচিনাক্ত দুৰ্বৃত্তৰ; মুৰ্মুষু অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ
ধৰ্মগুৰুৰ ‘পৰমাত্মা’ স্বীকৃতি বিচৰা আবেদনকৰ্তাক দৃষ্টান্তমূলক শাস্তি স্বৰূপে ১ লাখ টকাৰ জৰিমনা বিহিলে উচ্চতম ন্যায়ালয়ে
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>অৰুণাচল প্ৰদেশৰ চংকিং গাঁৱৰ পৰা সেনা বাহিনীয়ে আজি মঙলবাৰে এন এচ চি এন (আৰ)ৰ দুজন দুৰ্ধৰ্ষ সদস্যক আটক কৰিবলৈ সক্ষম হয়।
সদস্য দুজনক চানং মেচ্চা আৰু জিমৰেৱেচ কিমচিং বুলি চিনাক্ত কৰা হৈছে। তেওঁলোকৰ হাতৰ পৰা এটা পিস্তল আৰু গুলী বাৰুদ জব্দ কৰা হৈছে বুলি সেনাবাহিনীৰ সূত্ৰই দাবী কৰিছে।
সেনাৰ সূত্ৰই জানিবলৈ দিয়া মতে আজি কাহিলিপুৱাতে সেনাৰ জইৰামপুৰ বেটেলিয়নে গাঁওখনত চলোৱা এক তালাচী অভিযানত এই লোক দুজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।
সদস্য দুজন বোলে অৰুণাচলৰ মিয়াও অঞ্চলত ধন দাবীৰ ঘটনাৰ লগত জড়িত আছিল।
সেনাবাহিনীৰ জন সম্পৰ্কৰক্ষী বিষয়া (ক’হিমা) কৰ্নেল চি কনৱাৰে জনায় যে দাও ডিৱিজনৰ নেতৃত্বত যোৱা এসপ্তাহত দুজন দুৰ্ধৰ্ষ সদস্য হত্যা কৰাৰ লগতে অন্য ৫ জন সদস্যক আটক আৰু বহু সংখ্যক অস্ত্ৰ-শস্ত্ৰ জব্দ কৰিবলৈ সক্ষম হৈছে।
কৰ্নেল কনৱাৰে কয়, ‘দক্ষিণ অৰুণাচলত সেনাই চলোৱা তীব্ৰ অভিযানে অঞ্চলটোত সংগঠনটোৰ সদস্যসকলে চলাই থকা ধন দাবী কাৰ্য্যকলাপৰ ওপৰত আঘাত হানিছে।’
Recent News
সোণাৰীত থানাৰ ভিতৰতে আৰক্ষী কনিষ্টবলৰ গুলীত নিহত সতীৰ্থ কনিষ্টবল
কাক ভোট দিলে নৰেন্দ্ৰ মোডীৰ পত্নী যশোদাবেনে?
কলেজীয়া দিনত হাত খৰচ উলিয়াবলৈ কি কাম কৰিছিল দেশৰ মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ে? জনালে নিজেই
Oxford English Dictionary: ২০২২ চনৰ ‘বছৰটোৰ শব্দ’ ঘোষণা কৰিছে অক্সফৰ্ড অভিধানে; শব্দটো কি?
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>এইবাৰ বৰপেটাত সেনা জোৱান আক্ৰান্ত কোৰোণাত৷ বৰপেটাৰ গণককুছিৰ নৱম জাট ৰেজিমেণ্টৰ ৯জন সেনা জোৱান কোৰোণাত আক্ৰান্ত হৈছে।
এইবাৰ বৰপেটাত সেনা জোৱান আক্ৰান্ত কোৰোণাত৷ বৰপেটাৰ গণককুছিৰ নৱম জাট ৰেজিমেণ্টৰ ৯জন সেনা জোৱান কোৰোণাত আক্ৰান্ত হৈছে।
News18 Assam
Last Updated : July 05, 2020, 19:39 IST
Share this:
NIRANJAN DAS
বৰপেটা জিলাতো ভয়ংকৰ ৰূপ ধাৰণ কৰিছে কোৰোণা ভাইৰাছে। বৰপেটাত পুনৰ ১৯জনৰ দেহত কোভিড পজিটিভ ধৰা পৰিছে। এইবাৰ বৰপেটাত সেনা জোৱান আক্ৰান্ত কোৰোণাত৷ বৰপেটাৰ গণককুছিৰ নৱম জাট ৰেজিমেণ্টৰ ৯জন সেনা জোৱান কোৰোণাত আক্ৰান্ত হৈছে। কোৰোণাত আক্ৰান্ত সেনা জোৱানকেইজন সম্প্ৰতি মুছলপুৰত কৰ্তব্যত নিয়োজিত হৈ আছে৷
ইপিনে, বৰপেটাৰ পাঠশালাত অৱস্থিত অতিৰিক্ত সত্ৰ আৰু ন্যায়িক দণ্ডাধীশ আদালতৰ দুই কৰ্মচাৰী সুৰজিৎ কলিতা আৰু ৰাজুৰাম ডেকাও কোৰোণাত আক্ৰান্ত হৈছে৷ বৰপেটাৰ সমীপৰ কেওঁটকুছিৰ বিকি ভৰালী আক্ৰান্ত কোৰোণাত৷ এসপ্তাহ পূৰ্বে গুৱাহাটীৰ পৰা অহা বিকি ভৰালী হোম কোৱাৰেণ্টাইনত আছিল৷
কলগাছিয়াস্থিত বৰপেটা চিভিল হাস্পতালৰ নাৰ্ছ স্মৃতিলতা নাথ আৰু স্বাস্থ্যকৰ্মী আবু ছহিদ আক্ৰান্ত হৈছে কোৰোণাত। স্বাস্থ্য কৰ্মীগৰাকীৰ ঘৰ কামৰূপ জিলাৰ দামপুৰত আৰু তেওঁ হোম কোৱাৰেণ্টাই হৈ আছিল৷ স্মৃতিলতা নাথ নামৰ নাৰ্ছগৰাকীৰ ঘৰ সৰভোগত৷
সৰভোগৰ চেঙুলীয়াৰ আন্না খাতুন নামৰ এগৰাকী মহিলাৰ শৰীৰতো পোৱা গৈছে কোভিড পজিটিভ৷ আনহাতে, জিলাখনত আৰক্ষীৰ দেহতো অব্যাহত আছে সংক্ৰমণ৷ কলগাছিয়া থানাৰ অধীনৰ বালিকুৰি আৰক্ষী চকীৰ দুই গৃহৰক্ষী জোৱান আবু বক্কৰ ছিদ্দিক আৰু আয়ুবৰ ৰহমানৰ দেহত কোভিড পজিটিভ চিনাক্ত হৈছে৷
বৰপেটাৰোড চহৰৰ কলহভাঙাৰ এজন যুৱকো আক্ৰান্ত হৈছে এই মহামাৰীত। দিল্লীত গাড়ী চালক হিচাপে কৰ্মৰত যুৱকজন কিছুদিন পূৰ্বে ৰে’লযোগে নিজ ঘৰলৈ অহাৰ পিছতে আছিল হোম কোৱাৰেণ্টাইনত৷
ইপিনে সৰ্থেবাৰী নামশলাৰ নৱ কুমাৰ ভূঞা নামৰ এজন লোকো আক্ৰান্ত হৈছে কোৰোণাত৷ গুৱাহাটী চৰকাৰী ছপাশালৰ কৰ্মচাৰী নৱ কুমাৰ ডেকা গুৱাহাটীৰ পৰা ঘৰলৈ অহাৰ পিছতে জ্বৰত আক্ৰান্ত হৈছিল। বৰপেটাত ক্ৰমাৎ বৃদ্ধি পোৱা কোৰোণা আক্ৰান্তৰ সংখ্যাই আতংকৰ সৃষ্টি কৰিছে জিলাখনত।
Published by:Sanjay Kumar Das
First published: July 05, 2020, 19:39 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|
corona virusCovid 19
ফটো
...
...
...
শেহতীয়া বাতৰি
...
...
...
...
...
LIVE TV
শাখা
অসম
খবৰ
দেশ
বিশ্ব
জীৱন শৈলী
ফটো
ভিডিঅ
লাইভ টিভি
শেহতীয়া বাতৰি
জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফতিক ২৪ ঘণ্টাৰ ভিতৰত অনন্তনাগ চৰকাৰী কোৱাৰ্টাৰ খালী কৰাৰ নিৰ্দেশ
শীতকালত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিবলৈ খাওঁক এই ৫ টা শীতকালীন ফল
Jagiroad : জাগীৰোডৰ সীতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতিৰ ৰাজ্যিক কৃষক বঁটা প্ৰদান অনুষ্ঠান সম্পন্ন
লতা মংগেশকাৰৰ কাষত এই সৰু শিশুটি কোন আপুনি ক'ব পাৰিবনে ?
Road Accident In Hajo : হাজোৰ খোপনিকুছিৰ মৌজাদাৰ পামত পথ দুৰ্ঘটনা, বাহনত আছিল বিবাহযাত্ৰী
আমাৰ বিষয়ে
আমাক যোগাযোগ কৰক
ব্যক্তিগত নীতি
কুকি পলিচী
চাইট মেপ
NETWORK 18 SITES
News18 India
CricketNext
News18 States
Bangla News
Gujarati News
Urdu News