text
stringlengths 0
188k
|
---|
পিচে, প্ৰত্যুত্তৰত কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে নিজৰ মতত অটল থাকি তেওঁৰ মন্তব্য মানহানিকাৰক নহয় বুলিহে জানিবলৈ দিয়ে। |
তিৰুৱনন্তপুৰমৰ কংগ্ৰেছ সাংসদ থাৰুৰে ভাৰতীয় দণ্ডবিধিৰ ৪৯৯ আৰু ৫০০ ধাৰাৰ অনুসৰি মন্ত্ৰী প্ৰসাদৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ বাবে আদালতত আবেদন জনায়। |
এতিয়া আদালতৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী প্ৰসাদ কেনেদেৰে মুক্ত হয় সেয়া লক্ষ্যণীয় হৈ পৰিছে। |
Recent News |
হৃদয় বিদাৰক! ক্ৰিকেট খেলি থাকোতে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু দশম শ্ৰেণীৰ ছাত্ৰৰ |
মোদী পাছ, নাড্ডা ফেইল! বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ ৰাজ্য হিমাচলত কংগ্ৰেছৰ মুখ্যমন্ত্ৰী হ’ব কোন? |
গান্ধীৰ ৰাজ্যত বিপৰ্যস্ত কংগ্ৰেছ; কিয় গুজৰাটৰ নিৰ্বাচনী ইতিহাসৰ আটাইতকৈ বেয়া ফলাফল কংগ্ৰেছৰ? |
পুটিনৰ সতৰ্কবাণী! পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ দৰে পৰিস্থিতিয়েই কিন্তু ক্ৰমে সৃষ্টি হৈছে |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>ডেৰ মাহ আগলৈ নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ উত্তাল হৈ থকা অসমত এতিয়া নিৰ্বাচনী বতাহ বলিছে। কিন্তু এই নিৰ্বাচনী কুচকাৱাজ চলি থকাৰ মাজতো অসমৰ ৰাইজে পাহৰা নাই নাগৰিকত্ব সংশোধনী বিধেয়কৰ কথা। |
অসমত প্ৰবল গণ বিৰোধৰ সন্মুখীন হোৱা বিজেপিয়ে অনা এই বিধেয়কখনক এটা ইচ্ছ্যু হিচাপে লৈ ভোটাৰৰ মাজলৈ ওলাইছে কংগ্ৰেছ, এ আই য়ু ডি এফকে ধৰি আন কেইবাটাও ৰাজনৈতিক দল আৰু বহু নিৰ্দলীয় প্ৰাৰ্থী। কিন্তু ইয়াৰ সম্পূৰ্ণ বিপৰীত বিজেপি। |
মাত্ৰ কিছুদিনৰ আগলৈ নাগৰিকত্ব সংশোধনী বিধেয়কৰ পক্ষত দৃঢ় স্থিতি লৈ থকা বিজেপিৰ নেতাসকলৰ মুখত এতিয়া নিৰ্বাচনৰ বতৰত নোলায় বিধেয়কখনৰ প্ৰসংগ। গেৰুৱা দলৰ দুজনকৈ ‘হাইপ্ৰফাইল’ নেতা ক্ৰমে প্রধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহে এদিনৰ ব্যৱধানত অসমলৈ আহি বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ চাৰিখনকৈ প্ৰচাৰ সভাত ভাগ ল’লে। কিন্তু তেওঁলোক দুয়োজনৰ মুখতেই এইবাৰ ওলোৱা নাই নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰসংগ। |
অথচ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে যোৱা ১৭ ফেব্ৰুৱাৰিত লখিমপুৰত অনুষ্ঠিত বিজেপিৰ যুৱ মৰ্চাৰ এখন সভাত উপস্থিত থাকি “নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিবলৈ ভাৰতীয় জনতা পাৰ্টী বদ্ধপৰিকৰ” বুলি মন্তব্য আগ বঢ়াইছিল। |
ৰাজ্যসভাত বিধেয়কখন উত্থাপন কৰাৰ ক্ষেত্ৰত মুখ থেকেচা খোৱা বিজেপিয়ে ২০১৯-অত নিৰ্বাচনত জয়ী হৈ চৰকাৰ গঠন কৰিলে বিধেয়কখন পুনৰ আনিব বুলিও তেওঁ লখিমপুৰত প্ৰকাশ কৰিছিল। |
বিধেয়কখনক লৈ অসমত তীব্ৰ আন্দোলন চলি থকাৰ সময়তো বিজেপিৰ নেতাসকলে ইয়াৰ প্ৰতি ভ্ৰূক্ষেপ কৰা নাছিল। ইয়াৰ বিপৰীতে বিধেয়কখনৰ পক্ষত বিভিন্ন যুক্তিৰে ৰাইজক আশ্বস্ত কৰিবলৈহে চেষ্টা কৰা দেখা গৈছিল। |
কেৱল বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই নহয় মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৰাজ্যিক সভাপতি ৰঞ্জিত দাসকে ধৰি অসম বিজেপিৰ নেতাসকলৰ ভাষণতো বিধেয়কখনৰ পক্ষত দৃঢ় স্থিতি প্ৰকাশ পাইছিল। |
কিন্তু এতিয়া নিৰ্বাচন কাষ চপাৰ লগে লগেই বিজেপিৰ এটা প্ৰধান এজেণ্ডা হিচাপে থকা নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিষয়টো এৰাই চলা দেখা গৈছে দলটোক। |
নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিপৰীতে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে অসমৰ নিৰ্বাচনী সভাসমূহৰ ভাষণত ‘অসম চুক্তি’ৰ ৬ নম্বৰ দফা আৰু ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়হে উলিয়াইছে। |
কিন্তু, ‘অসম চুক্তি’ৰ ৫ নম্বৰ দফা উলংঘা কৰিব পৰা নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰি আইনত পৰিণত কৰিব বিচৰা বিজেপি চৰকাৰে ৬ নম্বৰ দফা কাৰ্যকৰীকৰণৰ বাবে গঠন কৰা উচ্চস্তৰীয় কমিটীখন সদৌ অসম ছাত্ৰ সন্থাই বৰ্জন কৰাত সেয়াও অৰ্থহীন হৈ পৰিল। |
এতিয়া প্ৰশ্ন হ’ল, বিজেপিৰ নেতাসকলে নিৰ্বাচনৰ প্ৰচাৰ সভাত নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰসংগ আনিলে অসমৰ খিলঞ্জীয়া ৰাইজৰ ৰোষত পৰিব বুলি শংকিত হৈয়ে বিষয়টো এৰাই চলিছে নেকি? |
Recent News |
হৃদয় বিদাৰক! ক্ৰিকেট খেলি থাকোতে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু দশম শ্ৰেণীৰ ছাত্ৰৰ |
মোদী পাছ, নাড্ডা ফেইল! বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ ৰাজ্য হিমাচলত কংগ্ৰেছৰ মুখ্যমন্ত্ৰী হ’ব কোন? |
গান্ধীৰ ৰাজ্যত বিপৰ্যস্ত কংগ্ৰেছ; কিয় গুজৰাটৰ নিৰ্বাচনী ইতিহাসৰ আটাইতকৈ বেয়া ফলাফল কংগ্ৰেছৰ? |
পুটিনৰ সতৰ্কবাণী! পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ দৰে পৰিস্থিতিয়েই কিন্তু ক্ৰমে সৃষ্টি হৈছে |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>ছিকিম প্ৰদেশৰ ভাৰতীয় জনতা পাৰ্টীৰ ভাতৃ সংগঠন যুৱ মৰ্চাই অহা ২৩ আৰু ২৪ ফেব্ৰুৱাৰিত দুদিনীয়া কাৰ্যসূচীৰে জিলা কালেক্টৰেট বিভাগৰ সন্মুখত এক ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰিব। আজি পূব ছিকিমৰ চিংতামত অৱস্থিত যুৱ মৰ্চাৰ মাণ্ডলিক কাৰ্যালয়ত আয়োজিত এক আলোচনাৰ অন্তত এই সিদ্ধান্ত গ্ৰহণ কৰে। |
উল্লখ্য যে আজি অনুষ্ঠিত বৈঠকত ৰাজ্যিক সভাপতি ডিবি চৌহান, যুৱ কাৰ্যকৰী সভাপতি লাটেন ছেৰপাৰ লগতে মৰ্চাৰ অন্যান্য বিষয়ববীয়াৰ লগতে বিভিন্ন নেতা উপস্থিত আছিল। |
বিজেপিয়ে প্ৰকাশ কৰা এখন প্ৰেছ বিবৃতিৰ জৰিয়তে জানিবলৈ দিয়ে যে ৰাজ্যখনত সংঘটিত হোৱা ৰামপণ্ট দুৰ্নীতিৰ বিৰুদ্ধাচৰণ কৰাৰ উদ্দেশ্যে এই ধৰ্ণা কাৰ্যসূচী গ্ৰহণৰ সিদ্ধান্ত লোৱা হৈছে। ইয়াৰ উপৰি ৰাজ্যখনত অভাৱনীয় হাৰত বৃদ্ধি পোৱা নিবনুৱা সমস্যা সন্দৰ্ভত ৰাজ্য চৰকাৰে কোনো বিহিত ব্যৱস্থা নোলোৱা তথা অন্য স্পৰ্শকাতৰ সমস্যা সমূহ নিষ্পত্তি নকৰাৰ অভিযোগ উত্থাপন কৰিয়েই এই প্ৰতিবাদী কাৰ্যসূচী লোৱা হয় বুলি জনায় ৰাজ্যিক সমিতিয়ে। |
আনহাতে গিয়ালছিং বাৰমিয়ক সমষ্টিৰ বিভিন্ন অঞ্চলৰ আঞ্চলিক দলৰ পৰা অৰ্জুন চুব্বা আৰু ৰাজীৱ চুব্বাৰ নেতৃত্বত প্ৰায় ২০ জন যুৱ নেতাই আজি ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰে বুলিও বিবৃতিযোগে প্ৰকাশ কৰে। |
বিবৃতিখনত আৰু উল্লেখ আছে যে পূব জিলাৰ পাৰ্টী অধ্যক্ষই সংগঠনটোৰ নতুন সদস্যসকলক শপত বাক্য পাঠ কৰোৱায়। |
মদন কাৰ্কী আৰু গোপাল প্ৰধানক পূব জিলাৰ উপ সভাপতি, জিগদেল ভূটিয়াক কোষাধ্যক্ষ, শান্তি শৰ্মা আৰু এলপি আচাৰ্য্যক যুটীয়া সম্পাদক আৰু এছকে শাস্ত্ৰীক সাধাৰণ সম্পাদক ৰূপে দায়িত্ব প্ৰদান কৰা হয়। |
Recent News |
মৰহিছে পদুম! দিল্লী পৌৰ নিগম নিৰ্বাচনত আপৰ বিজয় ধ্বজা |
জেইলত কি কৰি থাকে প্ৰেয়সীক টুকুৰা টুকুৰকৈ কাটি ফ্ৰীজত ভৰাই থোৱা আফতাবে ? |
ইণ্ডোনেছিয়াত নিষিদ্ধ কৰা হ’ল বিবাহ বৰ্হিভূত যৌন সম্পৰ্ক |
ফুটবল খেলাৰ মাজতে প্ৰচণ্ড মাৰপিট :: আহত অৰ্ধ শতাধিক |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>মিজোৰামত ভয়ানক ৰূপ আফ্ৰিকান ছোৱাইন ফ্লুৰ। এই বছৰৰ ফেব্ৰুৱাৰী মাহৰ পৰা ৰাজ্যখনত এই ভাইৰাছ-বাহিত ৰোগৰ খবৰ পোৱা গৈছে। প্ৰায় ৫০০০ গাহৰিৰ মৃত্যু হৈছে আফ্ৰিকান ছোৱাইন ফ্লুৰ বাবে। ৰাজ্যিক পশুপালন বিভাগৰ তথ্য মতে, ৪,৮৪৮টা গাহৰিৰ মৃত্যু হৈছে (4,848 pigs have died in Mizoram)। ইয়াৰ উপৰি কালি দেওবাৰৰ দিনটোত ৩৯টা গাহৰিৰ মৃত্যু হৈছিল। প্ৰায় ৪০৭৭ টা গাহৰি মাৰি পেলোৱা হৈছে। |
জানিবলৈ পোৱা মতে, এই সংক্ৰামক ৰোগ (African Swine Fever) ইতিমধ্যে ৰাজ্যখনৰ ১১খন জিলাৰ ৬৮খন গাঁওলৈ বিয়পি পৰিছে। ৰাজ্যখনৰ পশুপালন বিভাগৰ এজন চিকিৎসক ডাঃ কে বিচুৱাই কয় যে ইয়াক ইতিমধ্যে ৰাজ্যখনত দুৰ্যোগ বুলি ঘোষণা কৰা হৈছে। তেওঁ লগতে গাহৰি হেৰুওৱা পালকসকলক চৰকাৰে ক্ষতিপূৰণ দিয়াৰ কথাও কয়। |
Tags: |
গজব খবৰ |
Facebook |
Twitter |
Post a Comment |
0 Comments |
Social Plugin |
Popular Posts |
অজন্তা নেওগৰ বাজেটে চৰকাৰী কৰ্মচাৰীক দিলে ভালখবৰ! মৰগীয়া বানচ আৰু ৩ শতাংশ বৃদ্ধি কৰাৰ সিদ্ধান্ত, পেঞ্চনাৰৰ বাবেও বিশেষ সুবিধা! |
March 16, 2022 |
আঙুলি দেখুৱাই কান্দি থকা এই শিশুটো আজি সমগ্ৰ দেশৰে হৃদস্পন্দন, তেওঁৰ সৰলতাই মুগ্ধ কৰে সকলোকে ! চিনিব পাৰিছে নেকি তেওঁ কোন হয় ?<eot>লেখকঃ-আনাৰ আলী অসুৰ দানৱ নহয়,মানুহৰ সমাজত সৃষ্টিশীল মানুহৰ প্ৰয়োজন।সমাজ মানেই মানুহৰ একতা-সম্প্ৰীতি,ইজনে সিজনক ভালপোৱা,সহায় কৰা।সুকত সুখী হোৱা।বিপদৰ সময়ত কাষত থিয় হৈ সংগ দিয়া।কিন্তু এনে এখন সমাজত এক সুদক্ষ সমাজ সংস্কাৰকৰ অবিহনে সমাজ কু-সংস্কৃতি আৰু অন্ধকাৰত ৰূপান্তৰ হয়।ঠিক তেনে এক সমাজক জীয়াই ৰখা,এক সুদক্ষ নেতা,সুদক্ষ ৰাষ্টপতি আৰু আদৰ্শ সমাজ সংস্কাৰকৰ অধিকাৰী আছিল ছায়্যীদ হাইদৰ আলী চিহাব তাংগাল। মুছলিম লীগৰ…<eot>অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত -দা নেশ্বনেল এডুকেশ্বন এক্সিলেন্স চামিট এণ্ড এৱাৰ্ড,২০২২ ৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে প্ৰশাসনিক বিষয়া দেৱজ্যোতি দত্ত, শোভাযাত্ৰা কৰি সমগ্ৰ ভাৰতৰ পৰা বক্তা আৰু প্ৰতিনিধি সকলে একেটা অনুষ্ঠানতে অংশগ্ৰহণ কৰে। এছ টি ই এ এমৰ জৰিয়তে একবিংশ শতিকাৰ দক্ষতা বিকাশ, শিক্ষাবিদ বাৰ্নআউট প্ৰতিৰোধ,এন ই পি ২০২০, প্ৰাথমিক বছৰত শিশুৰ স্বাস্থ্য আদি বহুতো অধিবেশন আদি প্ৰাথমিক শিশু যত্ন আৰু শিক্ষাৰ উত্তম পদ্ধতিৰ সৈতে জড়িত বিভিন্ন অধিবেশন অনুষ্ঠিত হয়। ইয়াৰে একাংশ বক্তা হ’ল মুম্বাইৰ বিৰলা অ'পেন মাইণ্ডছৰ প্ৰিস্কুল আৰু ইচিচিইডিৰ ৰাষ্ট্ৰীয় মুৰব্বী অমৃত নাগপাল, দিল্লীৰ জোড’ৰ মুৰব্বী শ্ৰীকাৰ ৰাও, প্ৰখ্যাত শিশু চিকিৎসক ডাঃ প্ৰাকৃতিশ বৰা, মাৰিয়াজ পাব্লিক স্কুলৰ প্ৰতিষ্ঠাপক নেলী আহমেদ, ছিমৰণ বল্লানী, চিচিই ফিনলেণ্ডৰ পেডাগ’জিকেল হেড। দিনজোৰা এই অনুষ্ঠানত ডেৰশৰো অধিক বিদ্যালয়ৰ মুৰব্বী, অধ্যক্ষ, শিক্ষাবিদ, শিক্ষা নেতা, লগতে এই ক্ষেত্ৰত অধ্যয়ন কৰি থকা সকলেও অংশগ্ৰহণ কৰে। প্ৰাথমিক শিশু বিকাশ মঞ্চৰ প্ৰতিষ্ঠাপক তথা অধ্যক্ষ ড০ বসৱি আচাৰ্যই কয় - এনে অনুষ্ঠানে শিক্ষাবিদসকলক আপডেট হৈ থাকিবলৈ সহায় কৰে, ডমেইনত তেওঁলোকৰ দক্ষতা বিকাশ কৰে, ধাৰণা বিনিময় কৰে, আৰু একে সময়তে সচেতন শিক্ষাবিদৰ এটা নেটৱৰ্ক গঢ়ি তোলে যিয়ে পৰিৱৰ্তন আনিব পাৰে সমাজলৈ অতি ইতিবাচকভাৱে আগবঢ়াই নিব।' |
Tags # গুৱাহাটী |
Share This |
About W7S News |
গুৱাহাটী |
By W7S News at July 23, 2022 |
Email ThisBlogThis!Share to TwitterShare to FacebookShare to Pinterest |
Labels: গুৱাহাটী |
No comments: |
Post a Comment |
Newer Post Older Post Home |
Subscribe to: Post Comments (Atom) |
Post Bottom Ad |
Responsive Ads Here |
Author Details |
Templatesyard is a blogger resources site is a provider of high quality blogger template with premium looking layout and robust design. The main mission of templatesyard is to provide the best quality blogger templates which are professionally designed and perfectlly seo optimized to deliver best result for your blog. |
Facebook |
Powered by Blogger. |
Search |
শেহতীয়া |
জনপ্ৰিয় |
গুৱাহাটীত উত্তৰ-পূবৰ প্ৰথমটো ডাইৰেক্ট ছাৰ্ভিচ চেণ্টাৰ মুকলি এলজি ইলেকট্ৰ'নিক্সৰ |
W7s news ষ্টাফৰিপোৰ্টাৰ ঃ ভাৰতৰ আগশাৰীৰ উপভোক্তা বহনক্ষম ব্লেণ্ড এল জি ইলেকট্রনিক্সে মঙলবাৰে গুৱাহাটীত উত্তৰ-পূবৰ ৰাজ্যসমূহৰ প্ৰথমটো ডাইৰে... |
ব্ৰহ্মকুমাৰী'জৰ উদ্যোগত কাঁহিকুছিত আত্মনির্ভৰ কৃষক অভিযান ; কৃষক -কৃষি বিজ্ঞানীক সম্বৰ্ধনা |
W7s news গুৱাহাটী : ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ আৰ্থিক সাহায্যত , ব্ৰহ্মকুমাৰীজ'ৰ ৰাজযোগ শিক্ষা আৰু গৱেষণা ফাউণ্ডেশ্যনৰ কৃষি আ... |
গুণোৎসৱ ২০২২: গুণগত আৰু উন্নত শিক্ষাৰ দিশত এক সবল খোজ |
১১ মে'ৰপৰা ৪ জুনলৈ ৰাজ্যজুৰি অনুষ্ঠিত হ'ব গুণোৎসৱ ২০২২ W7s news ষ্টাফৰিপোৰ্টাৰ: ক'ভিড-১৯ পৰিস্থিতিয়ে প্ৰভাৱান্বিত কৰা অসমৰ শিক... |
চাৰিদিনীয়া INTCON এক্সপ’ গুৱাহাটী ২০২২ ৰ শুভাৰম্ভ |
W7s news গুৱাহাটী: ইন্টেৰিঅ’ৰ ডিজাইন আৰু নিৰ্মাণ খণ্ডৰ বাবে আৰম্ভ হ’ল চাৰিদিনীয়া (২৫-২৮ আগষ্ট, দিনৰ ১১ বজাৰ পৰা ৭ বজালৈ) অনন্য INTCON এক্স... |
আই এ এছ এছ টিত অত্যাধুনিক যন্ত্ৰপাতিৰ প্ৰশিক্ষণ আৰু প্ৰদৰ্শন কাৰ্যসূচী আৰম্ভ |
W7s news গুৱাহাটী : ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ অধীনৰ গুৱাহাটীৰ পশ্চিম বৰাগাঁওস্থিত ইনষ্টিটিউট অফ এডভান্স চায়েন্স এণ্ড টেকন&#... |
মন্তব্য |
Archive |
Archive December (3) November (61) October (116) September (171) August (129) July (140) June (134) May (116) April (103) March (103) February (81) January (44) December (106) November (84) October (128) September (149) August (157) July (182) June (110) May (148) April (107) March (44) February (2) |
Sponsor |
AD BANNER |
সাহিত্য |
Tags |
অসম আন্তঃৰাষ্ট্ৰীয় উত্তৰ-পূৰ্বাঞ্চল ক্ৰীড়া গুৱাহাট গুৱাহাটী গুৱাহাটী- গুৱাহাটী-ব্যবসায়-বাণিজ্য গুৱাহাটী-ব্যৱসায়-বাণিজ্য গুৱাহাটী' চিত্ৰ-আলোকচিত্ৰ পৰ্যটন ফেশ্বন ফেশ্যন বৰাক বলিউড বসায়-বাণিজ্য ব্যবসায়-বাণিজ্য ব্যৱসায় ব্যৱসায়-বাণিজ্য ভাৰত ভিডিঅ’ মনোৰঞ্জন ৰাজনীতি ৰাষ্ট্ৰীয় শিক্ষা সাহিত্য স্বাস্থ্য<eot>খোৱাপানীৰ নামত জনসাধাৰণক বৰ বিহ খুৱাইছে বহু জাতিক কোম্পানীয়ে। সেইদৰে জনস্বাস্থ্যৰ প্ৰতি কোনো গুৰুত্ব নাই খাদ্য আৰু যোগান বিভাগৰ। উৎকট গৰমৰ বতৰত বজাৰত সহজে উপলব্ধ পানী খাওঁতে সাৱধান হ’ব। কিয়নো এইবাৰ খোৱাপানীৰ বটলত ওলাইছে মৃত মকৰা। |
যোৰহাট জিলাৰ চেলেংহাট পিঠাখোৱাৰ এগৰাকী মহিলাই দোকানৰ পৰাই ক্ৰয় কৰা স্পেলশ নামৰ এটা পানীৰ বটলৰ ভিতৰত ওলাইছে মৃত মকৰা। চেলেংহাটৰ বাসিন্দা মনি গগৈ নামৰ এগৰাকী মহিলাই শুকুৰবাৰে নিশা আমগুৰি ৰে’ল ক্ৰচিঙৰ সমীপৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা ক্ৰয় কৰা স্পে্লশ (SPLASH) নামৰ কোম্পানীৰ পানীৰ বটলটোৰ পানী খাৱলৈ লওঁতে প্ৰতক্ষ্য কৰে বটলৰ ভিতৰত সোমাই থকা এটা মৃত মকৰা। |
উল্লেখ্য যে চৰকাৰৰ বিয়াগোম খাদ্য আৰু যোগান বিভাগ আছে যদিও জনসাধাৰণৰ খাদ্যৰ ওপৰত গুৰুত্ব নিদিয়ে বিভাগটোৱে।বহু সময়ত বিভিন্ন ব্যৱসায়ী প্ৰতিষ্ঠানৰ খাদ্যত পোক পতংগ পৰিলক্ষিত হৈছে আহিছে যদিও নাই বিভাগটোৰ গা লৰা নাই। |
আনহাতে, জনস্বাস্থ্যৰ প্ৰতি ভেঙুচালি কৰি কোম্পানীসমূহে খাদ্যবস্তুৰ গুণাগুণ পৰীক্ষা নকৰাৰ অভিযোগৰ লগতে বজাৰত সুলভ হৈ পৰা কোম্পানীসমূহৰ সামগ্ৰীৰ ওপৰত সংশ্লিষ্ট বিভাগে নজৰ ৰখাৰ দাবী তুলিছে সচেতন ৰাইজে। |
Recent News |
বৰপেটা জিলা কাৰাগাৰত চাঞ্চল্য: কাৰাগাৰ চৌহদৰ ভিতৰত উদ্ধাৰ কয়দীৰ মৃতদেহ |
ভাৰত জোড়ো যাত্ৰা হৈছে ‘লুট-তন্ত্ৰ’ৰ বিৰুদ্ধে ‘লোকতন্ত্ৰ’ৰ কণ্ঠ: মোদী চৰকাৰৰ বিৰুদ্ধে সৰৱ ৰাহুল গান্ধী |
ভুৱা আছিল আৰক্ষী কৰ্মীলৈ শিলগুটি নিক্ষেপৰ অভিযোগ! ওমৰ খালিদক দোষমুক্ত ঘোষণা আদালতৰ |
যোগীৰ উত্তৰ প্ৰদেশত চাঞ্চল্যকৰ কাণ্ড: দলিত কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰি হত্যা দুৰ্বৃত্তৰ |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>Four youths died in two separate road accidents যোৱা নিশা ৰংজুলি আৰু কৃষ্ণাইত সংঘটিত দুটা পৃথক পথ দুৰ্ঘটনাত ৪ জনকৈ যুৱক নিহত হোৱাৰ লগতে এজন যুৱক গুৰুতৰভাবে আহত হয়। |
প্ৰথমটো ঘটনা সংঘটিত হয় ৰংজুলি থানাৰ অন্তৰ্গত দৰংগিৰিৰ পেট্ৰ’ল ডিপোৰ সমীপৰ ১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত। পালচাৰ বাইকেৰে(AS-18-K-6829) দুধনৈৰ পৰা ৰাস মহোৎসৱ উপভোগ কৰি ধনুভাঙালৈ আহি থকা অৱস্থাত দৰংগিৰিৰ পেট্ৰ’ল ডিপোৰ সমীপত অচিনাকি বাহনে বাইকখনক খুন্দিয়াই যোৱাৰ ফলত দুজন যুৱক থিতাতে নিহত হয়। |
লগতে পঢ়ক: ইনষ্টা-ৰিল বনাবলৈ গৈ মৃত্যু? ঘৰৰ পৰা ওলমি থকা অৱস্থাত উদ্ধাৰ ১৩ বছৰীয়া কিশোৰৰ মৃতদেহ |
আনহাতে, বাইক খনত থকা আন এজন যুৱক চিকিৎসালয়লৈ নিয়াৰ পথত মৃত্যু ঘটে। নিহত যুৱক কেইজন হ’ল-ধনুভাঙাৰ গুলিয়ানপাৰাৰ অৱনী বড়ো ,দুধনৈ-পুৰণিভিটাৰ জিতুল ৰাভা আৰু ধনুভাঙা-দুৰামাৰীৰ মানৱ বড়ো৷ |
ইপিনে, গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ বেকীপুলত নিশা আন এক শোকাৱহ পথ দুৰ্ঘটনা ঘটে ৷ এই দুৰ্ঘটনাত এজন বাইক আৰোহী নিহত আৰু এজন গুৰুতৰভাৱে আহত হয় ৷ আহত আৰু নিহত দুয়োৰে ঘৰ গোৱালপাৰা চহৰত বুলি জানিব পৰা গৈছে ৷ দুৰ্ঘটনাটো সংঘটিত হৈছে বেকীপুলৰ পেট্ৰ’ল পাম্পৰ কাষৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ৷ |
জানিব পৰা মতে, নিশা দুধনৈৰ ফালৰ পৰা ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে গোৱালপাৰা অভিমুখে আহি থকা As-18J-0681 নম্বৰৰ পালচাৰ বাইকখনে একে দিশত গৈ থকা আন এখন চাৰিচকীয়া বাহনৰ পিছফালৰ পৰা প্ৰচণ্ড বেগত খুন্দা মাৰে ফলত বাইক সহ দুই আৰোহী পথৰ ওপৰতে চিটিকি পৰে আৰু গুৰুতৰভাৱে আহত হয় ৷ দুৰ্ঘটনাত পতিত চাৰিচকীয়া বাহনখন ঘটনাস্থলীৰ পৰা পলায়ন কৰে ৷ |
Subsets and Splits
No saved queries yet
Save your SQL queries to embed, download, and access them later. Queries will appear here once saved.